নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মায়ে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈকো কটু সমালোচনা !

নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মায়ে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈকো কটু সমালোচনা !

এটা সময়ত নগাঁৱৰ ৰাইজে সাংসদ প্ৰদ্যুৎ বৰদলৈক বিচাৰি বেনাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ নিৰুদেশ বুলি বেনাৰ মাৰিছিল।

ক’ভিড আৰু বানপানীৰ সময়ত নগাঁও লোকসভা সমষ্টিৰ সাংসদ গৰাকীক ৰাইজে কাষত পোৱা নাছিল।

নিৰ্বাচনী প্ৰচাৰৰ বাবেই সাংসদ গৰাকীয়ে নগাঁৱৰ আহ্বান আৰু নগাঁৱৰ সমিধান বুলি কায্যসূচী কৰিছিল।

সাংসদ গৰাকীৰ শ্ল’গান এতিয়া তেওঁৰেই কামত দিছে।

নগাঁৱৰ আহ্বান প্ৰদ্যুৎ বৰদলৈ প্ৰস্থান।

নগাঁৱৰ ৰাইজে ৪ বছৰে শুই থকা এগৰাকী সাংসদক দেখিলে।

বৰ্তমান সাংসদ গৰাকীয়ে নিৰ্বাচন অহাৰ বাবে নিৰ্বাচনীক কেন্দ্ৰিক জনপ্ৰিয়তাৰ বাবে কিছুমান প্ৰচাৰ কেন্দ্ৰিক কাম কৰিব বিচাৰি আছে।

সেয়েহে নগাঁৱৰ ৰাইজে এইবাৰ লোকসভা নিৰ্বাচনত আহ্বান কৰিছে যে নগাঁৱৰ আহ্বান সাংসদ প্ৰদ্যুৎ বৰদলৈ প্ৰস্থান।

GTM Desk