তীৰৰ বিৰুদ্ধে কঠোৰ নগাঁও আৰক্ষী…
নগাঁও আৰক্ষীৰ জালত কুখ্যাত তীৰ মাফিয়া বাবুল আলী।
নগাঁও SP নৱনীত মহন্তৰ নিৰ্দেশত চলিছিল অভিযান।
বিগত সময়ছোৱাত আৰক্ষীৰে সু-সম্পৰ্ক আছিল বাবুল আলীৰ।
নগাঁও আৰক্ষীৰ বহু বিষয়াৰে বাবুল আলীৰ আছিল সম্পৰ্ক।
বাবুল আলীৰ লগতে আৰক্ষীয়ে আটক কৰিছে কৃষ্ণ দেৱনাথ নামৰ আন এটা বুকীক।
লীনা দলে বদলি হোৱাৰ পিছৰে পৰা পলাতক হৈ আছিল বাবুল আলী।