নাজিৰাৰ গেলেকী তল মৰাণ গাঁৱত বিধ্বংসী অগ্নিকাণ্ড।

নাজিৰাৰ গেলেকী তল মৰাণ গাঁৱত বিধ্বংসী অগ্নিকাণ্ড।

#নাজিৰাৰ গেলেকী তল মৰাণ গাঁৱত বিধ্বংসী অগ্নিকাণ্ড।

#অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে ভষ্মীভূত এটা বাসগৃহ

#নাজিৰাৰ গেলেকী তল মৰাণ গাঁৱৰ বাবা চাউদাঙৰ বাসগৃহত এই বিধ্বংসী অগ্নিকাণ্ড

#এই বিধ্বংসী অগ্নিকাণ্ডত ছাগলী,হাঁহ কুকুৰা লগতে বৃহৎ পৰিমাণৰ সা-সম্পত্তি জাহ যায়।

#অগ্নিকাণ্ডৰ সূত্ৰপাত বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

#অগ্নিকাণ্ড সংঘটিত হোৱা সময়ছোৱাত বাবা চাউদাংৰ ঘৰৰ সকলো লোক সমীপতে অনুস্থিত জয়মতী স্মৃতি দিৱস অনুষ্ঠান উপভোগ কৰিবলৈ গৈছিল।

#ঘটনাস্থলীত গেলেকী আৰক্ষী থানাৰ আৰক্ষী বিষয়া উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ লগতে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ চেষ্ট চলোৱা পৰিলক্ষিত হৈছে।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট ।।

Shahnawaz Hamza

Related