পৌৰ কৰ বৃদ্ধি সন্দৰ্ভত নাজিৰাত পুনৰ ৰাজহুৱা সভা : নতুনকৈ নিৰ্দ্ধাৰিত কৰা পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীৰে ৫১ জনীয়া নাগৰিক সমিতি গঠন

পৌৰ কৰ বৃদ্ধি সন্দৰ্ভত নাজিৰাত পুনৰ ৰাজহুৱা সভা : নতুনকৈ নিৰ্দ্ধাৰিত কৰা পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীৰে ৫১ জনীয়া নাগৰিক সমিতি গঠন

আজি নাজিৰা কমিউনিটি কেন্দ্ৰত আজি পৌৰ কৰ বৃদ্ধি সন্দৰ্ভত নাজিৰাত পুনৰ ৰাজহুৱা সভা অনুষ্ঠিত হয়। জেষ্ঠ নাগৰিক জীতেন ফুকনৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত নগৰখনৰ বহুসংখ্যক লোক উপস্থিত থাকে । সভাই নাজিৰা পৌৰসভাই নতুনকৈ নিৰ্দ্ধাৰিত কৰা পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে আহ্বান জনোৱাৰ লগতে নাগৰিক সকলৰ উমৈহতীয়া স্বাৰ্থত ’নাজিৰা নাগৰিক সমিতি’ নামেৰে এখন ৫১ জনীয়া সমিতি গঠন কৰা হয়।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।

Shahnawaz Hamza

Related