নাজিৰাত দিখৌত পৰি কৰুণ মৃত্যু ১৬ বছৰীয়া কিশোৰৰ।

নাজিৰাত দিখৌত পৰি কৰুণ মৃত্যু ১৬ বছৰীয়া কিশোৰৰ।

নাজিৰাত দিখৌত পৰি কৰুণ মৃত্যু ১৬ বছৰীয়া কিশোৰৰ।

মৃত কিশোৰ জনৰ নাম অভিজিত দাস।

দিখৌৰ পৰা নিজ গৃহলৈ পাম্প যোগে পানী আহৰণৰ চেষ্টা চলাওঁতেই বিদ্যুৎ প্ৰবাহিত হৈ দিখৌত পৰেগৈ কিশোৰজন।

স্থানীয় লোকে প্ৰায় ডেৰ ঘন্টাৰ প্ৰচেষ্টাৰ অন্তত দিখৌৰ বুকুৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ নাজিৰা চৰকাৰী অসামৰিক চিকিৎসালয়লৈ লৈ আনে কিশোৰ জনক। নাজিৰাৰ পৰা লিগিৰী পুখুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও
চিকিৎসালয়ত মৃত ঘোষণা কৰা হয় ১৬ বছৰীয়া অভিজিত দাসক।

নাজিৰা নগৰ দিখৌপৰীয়াত সংঘটিত হৈছে এই অঘটন।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।।

GTM Desk

Related