মণিপুৰত PREPAK সংগঠনৰ দুজন উগ্ৰপন্থী গ্ৰেপ্তাৰ..

মণিপুৰত PREPAK সংগঠনৰ দুজন উগ্ৰপন্থী গ্ৰেপ্তাৰ..

মণিপুৰত নিৰাপত্তা বাহিনীৰ উগ্ৰপন্থী বিৰোধী অভিযান। দুটা পৃথক অভিযানত ইম্ফল পূব জিলাৰ লাইৰিকেংবাম লেইকাই আৰু খুৰাই চৈথাবি লেইৰাক এলেকাৰ পৰা দুজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত উগ্ৰপন্থী দুজন নিষিদ্ধ PREPAK (Pro) সংগঠনৰ সদস্য বুলি জানিব পৰা গৈছে।

উগ্ৰপন্থী দুজন ৩৯ বছৰীয়া নাওৰ’ইবাম জয়শ্বেংকাৰ ওৰফে লয়ুম্বা ওৰফে খোগাং আৰু ৩৮ বছৰীয়া থিংগম সুৰেশ ওৰফে বয় বুলি আৰক্ষীয়ে সদৰি কৰিছে। উগ্ৰপন্থী দুজনৰ পৰা দুটা মেগজিন সহ দুটা 9 mm পিষ্টল,মেগজিন সহ এটা পইন্ট থ্ৰি টু পিস্তল,ছয়টা সতেজ গুলি আৰু নটা খালী কাৰ্টিজ উদ্ধাৰ কৰে।

GTM Desk

Related