24.6 C
Assam
Sunday, June 26, 2022

Featured News

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ:কাইলৈ নতুন মন্ত্ৰী ৰূপে শপত ল’ব জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই

Assamese Newsমন্ত্ৰীসভাৰ সম্প্ৰসাৰণ:কাইলৈ নতুন মন্ত্ৰী ৰূপে শপত ল'ব জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচাই

হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। কাইলৈ নতুন মন্ত্ৰী ৰূপে শপত ল’ব নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু আৰু হাফলঙৰ বিধায়ক নন্দিতা গাৰ্লোচাই।অসম চৰকাৰৰ জনসংযোগ বিভাগে এক প্ৰেছ বাৰ্তা যোগে দুয়োজন নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰিছে৷

সেই অনুসৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।কাইলৈ বিয়লি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নতুনকৈ অন্তৰ্ভুক্ত হোৱা মন্ত্ৰীসকলক শপতগ্ৰহণ কৰোৱা হ’ব৷মন্ত্ৰী সভাত নতুনকৈ দুজন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে এই সম্প্ৰসাৰণ ঘটোৱা হ’ব।নতুনকৈ শপত ল’বলগীয়া মন্ত্ৰীদ্বয় হৈছে —-

১) নন্দিতা গাৰ্লোচা

২) জয়ন্ত মল্ল বৰুৱা

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: