ৰহস্যজনক মৃত্যু জনপ্ৰিয় ইউটুবাৰ চাংকি ব্লগাৰৰ। মৃতদেহৰ কেইবাটাও স্থানত আঘাতৰ চিন।

ৰহস্যজনক মৃত্যু জনপ্ৰিয় ইউটুবাৰ চাংকি ব্লগাৰৰ। মৃতদেহৰ কেইবাটাও স্থানত আঘাতৰ চিন।

গুৱাহাটীৰ বামুণীমৈদামত যুৱতীৰ ৰহস্যজনক মৃত্যু।

ৰহস্যজনক মৃত্যু জনপ্ৰিয় ইউটুবাৰ চাংকি ব্লগাৰৰ। মৃতদেহৰ কেইবাটাও স্থানত আঘাতৰ চিন।

ইউটিউবাৰ প্ৰিয়লিনা নাথ নামৰ যুৱতীগৰাকীক হত্যাৰ অভিযোগ পৰিয়ালৰ।

তিনিমাহৰ পুৰ্বে জামুগুৰি হাটৰ পংকজ নাথৰ সৈতে হৈছিল বিবাহ।

পংকজ নাথৰ অনুৰাধা চিনেমা হলৰ সন্মুখত আছে ফাৰ্মাচী।

চানমাৰি থানাত এজাহাৰ দাখিল যুৱতীগৰাকীৰ পৰিয়ালৰ।

পৰিয়ালৰ অজ্ঞাতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰোৱাৰ অভিযোগ।

GTM Desk

Related