বাগেস্বৰ ধামৰ বাবা ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক সাক্ষাত্‍ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ৱ শৰ্মাই

বাগেস্বৰ ধামৰ বাবা ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক সাক্ষাত্‍ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ৱ শৰ্মাই

বহুচৰ্চিত আচাৰ্য ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী গুৱাহাটীত।

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে মহাৰাষ্ট্ৰৰ বাগেশ্বৰ ধামৰ ধীৰেন্দ্ৰ শাস্ত্ৰী।

চাৰ্টাৰ বিমানযোগে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈছে

Shahnawaz Hamza

Related