নতুন নিৰ্দেশনাঃ নিশা ৮ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৬ বজাৰ পৰা সান্ধ্য আইন GTM Desk May 4, 2021 Assamese News, Top News গুৱাহাটীঃ ৫ মে’ৰ পৰা নিশা ৮ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৬ বজাৰ পৰা হ’ব সান্ধ্য আইন। ইপিনে বিয়লি ২ বজাতে বন্ধ কৰিব লাগিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান। Share this: Share on Facebook (Opens in new window) Facebook Share on X (Opens in new window) X More Share on WhatsApp (Opens in new window) WhatsApp Email a link to a friend (Opens in new window) Email Share on LinkedIn (Opens in new window) LinkedIn Share on Telegram (Opens in new window) Telegram