Advertisement

আকৌ বিয়াত বহিল অভিনেত্ৰী নিশিতা গোস্বামী!

আকৌ বিয়াত বহিল অভিনেত্ৰী নিশিতা গোস্বামী!

আকৌ বিয়াত বহিল অভিনেত্ৰী নিশিতা গোস্বামী! 

আচলতে নিশিতাৰ এয়া আচল বিয়া নহয়। এয়া আহিবলগীয়া ছবি ‘ৰাঘব’ৰ দৃশ্যহে। যোৰহাটত পূৰ্ণোদ্যমে চলিছে ‘ৰাঘব’ৰ শ্বুটিং। যতীন বৰাৰ সৈতে নতুন ছবিখনৰ শ্বুটিঙত ব্যস্ত অভিনেত্ৰী নিশিতাও। সকলো ফালৰ পৰাই এই ছবিখন এক সৰ্বাংগসুন্দৰ ছবি হ’ব বুলি আশা প্ৰকাশ কৰিছে নিশিতা গোস্বামীয়ে।

Shahnawaz Hamza