পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য ! আজি গুৱাহাটীত পেট্ৰ’ল-ডিজেলৰ দাম কিমান চাওক

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য ! আজি গুৱাহাটীত পেট্ৰ’ল-ডিজেলৰ দাম কিমান চাওক

সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। আজি পুনৰ বৃদ্ধি পোৱাৰ লগে লগে ৭ দিনত ৬ বাৰকৈ বাঢ়িল পেট্ৰ’ল-ডিজেলৰ দাম। প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে পেট্ৰ’ল-ডিজেলৰ মূল্য।

আজি গুৱাহাটীত (Petrol Diesel Price) পেট্ৰ’লৰ দাম ৯৯ টকা আৰু ডিজেলৰ দাম ৮৫,১৬ টকা। আজি পেট্ৰ’লৰ দাম ৩৩ পইচা বৃদ্ধি পোৱাৰ বিপৰীতে ডিজেলত ৩৭ পইচা বৃদ্ধি (Price Hike) পাইছে। আনহাতে ৰাজ্যৰ অন্ন কিছু প্ৰান্তত পেট্ৰ’লৰ দামে ইতিমধ্যে শতকৰ ঘৰত প্ৰৱেশ কৰিছে।

 

GTM Desk

Related