মহানগৰীত কোৱাৰেণ্টাইনত থকা এজন লোকৰ মৃত্যু

1 min read

– মহানগৰীত কোৱাৰেণ্টাইনত থকা এজন লোকৰ মৃত্যু
– MMCHত কোৱাৰেণ্টাইনত আছিল লোকজন
– দলগাঁৱৰ তনুৰাম শইকীয়া নামৰ লোকজনৰ মৃত্যু চিকিত্‍সালয়ত
– মুম্বাইৰ পৰা অহা লোকজনক কোৱাৰেণ্টাইন কৰা হৈছিল
– ৮মে’ত গুৱাহাটীত উপস্থিত হৈছিল তনুৰাম শইকীয়া

Source: DY365

You May Also Like

More From Author