29.8 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

কান্ধত গামোচা লৈ অসমীয়াতে শপত গ্ৰহণ সাংসদ পৱিত্র মার্ঘেৰিটাৰ

Assamese Newsকান্ধত গামোচা লৈ অসমীয়াতে শপত গ্ৰহণ সাংসদ পৱিত্র মার্ঘেৰিটাৰ

সোমবাৰে সদনত শপত গ্ৰহণ কৰে বিজেপিৰ দুজন, কংগ্ৰেছৰ এজনসহ ৰাজ্যসভাৰ ৬ নৱ নিৰ্বাচিত সাংসদে।

আজি শপত গ্ৰহণ কৰা সাংসদসকল ক্ৰমে পবিত্ৰ মাৰ্ঘেৰিটা (বিজেপি, অসম); ৰণগৌৰা নার্জাৰী (ইউপিপিএল, অসম); জেবি মাথেৰ হিচাম (কংগ্ৰেছ, কেৰেলা); সন্দোশ কুমাৰ (চিপিআই, কেৰেলা); এ এ ৰহিম (চিপিআই-এম, কেৰেলা); আৰু এছ ফাংনন কন্যাক (বিজেপি, নাগালেণ্ড)।

উল্লেখ্য যে প্ৰথমবাৰলৈ উচ্চ সদনলৈ সাংসদ ৰূপে নিৰ্বাচিত হৈ যোৱা পৱিত্র মার্ঘেৰিটাই আজি কান্ধত গামোচা লৈ অসমীয়াতে শপত গ্ৰহণ কৰা দেখা যায়। ইফালে বড়ো ভাষাত শপত গ্ৰহণ কৰে নৱনিৰ্বাচিত সাংসদ ৰণগৌড়া নাৰ্জাৰীয়ে।

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!