নিউজ ব্যুৰ’,নগাঁও,২৬আগষ্ট:–আজি ২৬ আগষ্ট । ৰাষ্ট্ৰীয় কুকুৰ দিৱস। কুকুৰে মানৱ সমাজত বিভিন্ন ভূমিকা পূৰণ কৰে আৰু প্ৰায়ে কৰ্মৰত কুকুৰক প্ৰশিক্ষণ দিয়া হয়। পৰম্পৰাগত চাকৰি নথকা কুকুৰৰ বাবে,বিভিন্ন ধৰণৰ কুকুৰ ক্ৰীড়াই তেওঁলোকৰ প্ৰাকৃতিক দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰে । অনুমান কৰা হয় ১২,০০০বছৰৰো অধিক সময় ধৰি কুকুৰে মানুহৰ সৈতে চিকাৰৰ
নিউজ ব্যুৰ’,নগাঁও,২৬ আগষ্ট:–অসম সাহিত্য সভাৰ অন্যতম সক্ৰিয় জিলা মৰিগাঁও জিলা সাহিত্য সভাই শেহতীয়াকৈ সভাপতি মহেন্দ্ৰ শইকীয়া আৰু সম্পাদক ড° অচুৎ দাসৰ নেতৃত্বত জিলা সাহিত্য সভাৰ অন্তৰ্গত বিভিন্ন উপ সমিতিসমূহৰ তত্বাৱধানত বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে । তাৰে অংশ স্বৰূপে শনিবাৰে গৱেষণা উপ সমিতিৰ উদ্যোগত আৰু ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়
নিউজ ব্যুৰ’,নগাঁও,২৬ আগষ্ট :– নগাঁও জিলাৰ বেবেজীয়া অঞ্চলৰ এটা পথৰ ‘ছাইড বাম’ আৰু বিধ্বস্ত ৰূপৰ বাবে কান্দিবলগীয়া হৈছে কুৰিখনকৈ গাঁৱৰ পথচাৰীয়ে । সম্প্ৰতি অঞ্চলবাসীৰ বাবে যাতায়াতৰ ক্ষেত্ৰত মূৰৰ কামোৰণি হৈ পৰা এই গড়কাপ্তানি পথটো হৈছে বেবেজীয়া-ঘাঁহী সংযোগী পথ । অসম ৰাজ্যিক পথ প্ৰকল্পৰ অধীনত ২০১৩ বৰ্ষতে এই পথটোক উন্নীতকৰণ কৰা
নেৰানেপেৰা বৰষুণৰ ফলত বালিপাৰাৰ জৰাসৰ নদী ফেনেফুটুকাৰে বাঢ়ি ইয়াৰ বাঢ়নি পানীয়ে নৈ পৰীয়া অঞ্চলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে জৰাসৰ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে চাৰিদুৱাৰ বালিপাৰাৰ বহু কেইখন ৰাজহ গাঁও। দিঘলী বালিজান,ভোবোলা, ঢেকেৰী গাঁও,উদমাৰী গাওঁ, দীঘলী গাওঁ,ঔহলা সহ বহু কেইখন জলমগ্ন হোৱাৰ ফলত আবাসী সকলৰ অৱস্থা নাজলনাথল হৈছে ৷আনহাতে ভূতৰ ওপৰত দানহ
📌 বৰাক-গুৱাহাটী সংযোগী ঘাইপথৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলন📌 ভূমিস্খলনৰ মাজত আৱদ্ধ হৈ পৰে এখন ট্ৰাক, এখন চাৰিচকীয়া বাহন📌 কথামাপি প্ৰাণৰক্ষা দুয়োখন বাহনৰ চালকৰ