কঁকালৰ বিষ? এইখিনি সাৱধানতা লওঁক

কঁকালৰ বিষ? এইখিনি সাৱধানতা লওঁক

কঁকালৰ বিষ অতি অস্বস্তিদায়ক৷ সাধাৰণতে মেৰুদণ্ডৰ তলৰ মাজত থকা অস্থিসন্ধি বা ডিস্কৰ বাদ্ধৰ্ক্যজনিত পৰিৱৰ্তনৰ ফলত এই বিষৰ সূত্ৰপাত হয়৷ ফলত মেৰুদণ্ডৰ তলত সংবেদনশীলতাৰ পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে৷ এনে পৰিৱৰ্তন সাধাৰণতে ৩০ বছৰ অতিক্ৰম কৰাৰ পাছত আৰম্ভ হ’বলৈ ধৰে৷ কঁকালৰ বিষ নিৰাময় কৰাৰ ক্ষেত্ৰত ব্যায়াম কৰাটো জৰুৰী৷ তদুপৰি কঁকালৰ বিষৰ পৰা

ডালচেনি চাহে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে

ডালচেনি চাহে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে

আজি কালি প্ৰায়ভাগ লোকৰে মুখত ডায়েবেটিছৰ সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ ডায়েবেটিছক একপ্ৰকাৰৰ ছাইলেণ্ট কিলাৰ বুলিও কোৱা হয়৷ এইবিধ ৰোগে আক্ৰান্তজনক ভিতৰৰ পৰা নিঃশেষ কৰি আহে৷ পৰিণতিত ৰোগীৰ মৃত্যু ঘটে৷ সেয়ে ডায়েবেটিছৰ সমস্যা থাকিলে আৰম্ভণিৰে পৰা সচেতন হোৱা উচিত৷ ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে বিভিন্নজনে বিভিন্ন দৰৱ খোৱাৰ উপৰিও শৰীৰ চৰ্চাকে ধৰি

পুৱাৰ এইবোৰ অভ্যাস ক্ষতিকাৰক

পুৱাৰ এইবোৰ অভ্যাস ক্ষতিকাৰক

পুৱা শুই উঠাৰ পাছৰে পৰা সকলোৱে কৰ্মব্যস্ত দিনটোৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে৷ বহুতে শুই উঠিয়েই চাহ বা কফিৰ কাপত চুমুক দিয়ে৷ কোনো কোনোৱে আকৌ গুৰুখাদ্য অথবা তেলযুক্ত খাদ্য গ্ৰহণ কৰে৷ আন কোনোৱে শুই উঠিয়েই মোবাইল ফোনটো হাতত লৈহে বাথৰুমত সোমায়৷ বহুতে গা নোধোৱাকৈয়ে ঘৰৰ বাহিৰলৈ ওলায়, আন বহুতেই আকৌ গৰমপানী

নিশা জখলাবন্ধাত STFৰ অভিযান

নিশা জখলাবন্ধাত STFৰ অভিযান

🔴নিশা জখলাবন্ধাত STFৰ অভিযান🔴অভিযানত উদ্ধাৰ জন্তুৰ দেহৰ কিছু অংশ🔴হাতীৰ দাঁত, গঁড়ৰ নখ, হৰিণাৰ শিঙসহ লাওখোলা উদ্ধাৰ🔴অভিযানত উদ্ধাৰ হৈছে বনৰৌৰ দেহৰ কিছু অংশও🔴জখলাবন্ধাৰ এটা ঘৰৰ পৰা উদ্ধাৰ সামগ্ৰীসমূহ🔴অভিযানত আটক কৰিছে ৫জনক

SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰথমটো গোচৰৰ অভিযোগনামা দাখিল

SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰথমটো গোচৰৰ অভিযোগনামা দাখিল

SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰথমটো গোচৰৰ অভিযোগনামা দাখিল লখিমপুৰত ৰুজু হোৱা ৯৬/২০২৩ গোচৰৰ অভিযোগনামা দাখিল। অভিযোগনামাত ৪টা অভিযুক্তৰ নাম উল্লেখ CBIৰ। অভিযুক্তকেইটা নুৰ মহম্মদ, আজিজুৰ ৰহমান, ৰিয়াজুল ইছলাম, মজিবুৰ ৰহমান। CBI-এ দাখিল কৰিলে অভিযোগনামা।