এমহীয়া সন্তানক এৰি কিয় চৰম সিদ্ধান্ত ল’লে মৰমীয়ে? মৰমীৰ মৃত্যুক লৈ মহানগৰীত চাঞ্চল্য

এমহীয়া সন্তানক এৰি কিয় চৰম সিদ্ধান্ত ল’লে মৰমীয়ে? মৰমীৰ মৃত্যুক লৈ মহানগৰীত চাঞ্চল্য

ৰাজ্যত পুনৰ বোৱাৰীৰ ৰহস্যজনক মৃত্যু। গুৱাহাটীৰ কৃষ্ণ নগৰত মৰমী ডেকা নামৰ মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য। ৰাজ্যত পুনৰ বোৱাৰীৰ ৰহস্যজনক মৃত্যু। এইবাৰৰ ৰাজধানী মহানগৰীত সংঘটিত হ’ল চাঞ্চল্যকৰ ঘটনা। বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ গুৱাহাটীৰ কৃষ্ণ নগৰত চাঞ্চল্য। গভীৰ ৰহস্যৰ মাজত এমহীয়া সন্তানৰ মাতৃৰ মৃত্যুৰ কৰুণ ঘটনা। মহানগৰীৰ কৃষ্ণ নগৰত মৰমী ডেকা

পুনৰ চৰ্চালৈ আহিছে টুইন টাৱাৰৰ প্ৰসংগ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিলে নিৰ্মীয়মান টুইন টাৱাৰৰ আলোকচিত্ৰ

পুনৰ চৰ্চালৈ আহিছে টুইন টাৱাৰৰ প্ৰসংগ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিলে নিৰ্মীয়মান টুইন টাৱাৰৰ আলোকচিত্ৰ

শনিবাৰে মুখ্যমন্ত্ৰী সামাজিক মাধ্যমযোগে কয়, ‘টুইন টাৱাৰৰ বিষয়ে সুধি থকাসকলক জনাব বিচাৰিছোঁ যে এয়া গুৱাহাটীৰ বেতকুছিত আমি নিৰ্মাণ কৰি থকা সংহত সঞ্চালকালয় পৰিসৰৰ ৰূপ।’ ৰাজ্যত পুনৰ চৰ্চালৈ আহিছে টুইন টাৱাৰৰ প্ৰসংগ। ‘এডভাণ্টেজ আছাম 2.O’ৰ সফল সামৰণিৰ পাছত সামাজিক মাধ্যমত উত্থাপন হৈছিল টুইন টাৱাৰৰ প্ৰসংগ। ২০১৮ চনত সৰ্বানন্দ সোণোৱাল চৰকাৰে অনুষ্ঠিত

বিটিআৰত সংখ্যালঘুক সম-উন্নয়ন আৰু সম-অধিকাৰ দিয়াৰ আহ্বান নেমছু’ৰ

বিটিআৰত সংখ্যালঘুক সম-উন্নয়ন আৰু সম-অধিকাৰ দিয়াৰ আহ্বান নেমছু’ৰ

বৰ্তমানৰ বিটিআৰত সংখ্যালঘুক সম-উন্নয়ন আৰু সমাধিকাৰ প্ৰদান কৰিবলৈ অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক আহ্বান জনায় নেমছু’ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বদৰুল ইছলামে।এক প্ৰেছ বিজ্ঞপ্তিত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছু‘ৰ কেন্দ্রীয় সমিতিৰ সভাপতি বদৰুল ইছলামে কয় যে বিটিআৰৰ দ্বিতীয় বৃহৎ জনসংখ্যাৰ বাসিন্দা হিচাপে বিটিআৰ চৰকাৰে ধর্মীয় সংখ্যালঘু লোক সকলৰ সৰ্বাঙ্গীন

এডভান্টেজ আছাম ২.০ ত অনিল আগৰৱালৰ দায়বদ্ধতা প্ৰকাশ

এডভান্টেজ আছাম ২.০ ত অনিল আগৰৱালৰ দায়বদ্ধতা প্ৰকাশ

বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালে এডভান্টেজ আছাম ২.০ ত উপস্থিত থাকি অসমৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি ৰাজ্যখনৰ প্ৰগতিৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰে । অধ্যক্ষ গৰাকীয়ে সংবাদ মাধ্যমত অসমৰ বৃদ্ধিৰ পথ , চহকী সাংস্কৃতিক ঐতিহ্য, আৰু সমৃদ্ধিশালী চাহ উদ্যোগকে ধৰি অসমৰ অভিজ্ঞতাসমূহ ব্যক্ত কৰাৰ লগতে ৰাজ্যখনক বিশ্বমানৰ তেল

ৰেডিচন ব্লু গুৱাহাটীৰ দ্য গ্ৰেট কাবাব ফেক্টৰীত উপভোগ কৰক মোগল দৰবাৰৰ ৰাজকীয় সোৱাদ

ৰেডিচন ব্লু গুৱাহাটীৰ দ্য গ্ৰেট কাবাব ফেক্টৰীত উপভোগ কৰক মোগল দৰবাৰৰ ৰাজকীয় সোৱাদ

ৰেডিচন ব্লু গুৱাহাটীৰ দ্য গ্ৰেট কাবাব ফেক্টৰীয়ে খাদ্যপ্ৰেমীসকলৰ বাবে লৈ আনিছে ৰাজকীয় খাদ্যৰ এক অনন্য অভিজ্ঞতা। ৰেডিচন ব্লু গুৱাহাটীৰ মহা আয়োজনত খাদ্যৰসিক অতিথিসকলে মোগল দৰবাৰ ফুড ফিষ্টৰ জৰিয়তে সোৱাদ ল’ব পাৰিব মোগল খাদ্যৰ বিবিধতা আৰু বিলাসীতাৰ।২৮ ফেব্ৰুৱাৰীৰ পৰা ১৬ মাৰ্চলৈকে অতিথিসকলে বিখ্যাত চেফ ৱাকিল আহমেদ কুৰেশ্বিৰ দ্বাৰা প্ৰস্তুত কৰা বিশেষ