কোকৰাঝাৰ জিলা কাৰাগাৰ পৰা যোৱা সোমবাৰে নিশা এগৰাকী কয়দীয়ে পলায়ন কৰা ঘটনা পোহৰলৈ অহাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । পলায়ন কৰা কয়দী গৰাকীৰ নাম প্ৰকাশ বৰ্মন ৷ কোকৰাঝাৰৰ ছালাকাটি আৰক্ষী
হিন্দু ধৰ্মালম্বী লোকসকলৰ উপাস্য দেৱতা ভগৱান শিৱ।বিশ্বাস মতে, ভগৱান শিৱ খুব সোনকালে ভক্তৰ প্ৰতি সন্তুষ্ট হয়।যাৰ বাবে ভক্তসকলে শিৱক উপাসনা কৰি তেওঁলোকৰ মনোবাঞ্চা পূৰ্ণ কৰাৰ বাবে আৰ্শীবাদ বিচাৰে। বিশেষকৈ সোমবাৰ
এই পৃথিৱীত চলি থকা কিছুমান ৰীতি-নীতিয়ে আমাক আচৰিত হ’বলৈ বাধ্য কৰে।এই ৰীতি-নীতিবোৰৰ আঁৰত অৱশ্যে বিশ্বাসো আছে।হয়, ম্যানমাৰৰ এটা গোত্ৰত প্ৰচলিত এক পৰম্পৰা হৈছে ডিঙিত আঙুঠিৰ দৰে এবিধ বিশেষ গহনা পিন্ধা।
বাইহাটা চাৰিআলি বাৰোৱাৰী দুৰ্গাপূজা মণ্ডপৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এগৰাকী মহিলা। ঘটনা সন্দৰ্ভত জানিব পৰা মতে কামৰূপ জিলাৰ ৰঙিয়া আৰক্ষী
নিশা তিতাবৰ বোকাহোলাত সংঘটিত হয় পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বৌদ্ধ ৰাজকুমাৰ ৰায় নামৰ এজন লোক। আহত লোকজনৰ ঘৰ ৰঙাজানত বুলি জানিব পৰা গৈছে । ঘটনা অনুসৰি ৰঙাজান দিশৰ