প্ৰাক্তন আমছু নেতাক বিজেপিৰ ভাতৃ সংগঠন পাচমণ্ডা মঞ্চৰ সভাপতি নিযুক্তি। ভাৰতীয় পাচমণ্ডাৰ ৰাজ্যিক সভাপতি নিযুক্তি সংখ্যালঘু নেতা কামৰুজ জামান সৰকাৰক লোকসভা নিৰ্বাচনৰ পূৰ্বে সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ বাবে তৎপৰ বিজেপি অতি শীগ্ৰেই অসমৰ প্ৰতিখন জিলা কমিটিৰ লগতে সমষ্টি কমিটি গঠনৰ ঘোষণা কামৰুজ জামান সৰকাৰৰ সোমবাৰে সন্ধিয়া নতুন দিল্লীত প্ৰদান
প্ৰযুক্তিৰ বাবে এতিয়া বিশ্বখন সকলোৰে হাতৰ মুঠিত৷ হাতে হাতে থকা ম’বাইল ফোনটোৱে প্ৰতি মুহূৰ্ততে বিশ্বৰ প্ৰতিটো খবৰ দিয়ে সকলোকে৷ ম’বাইল ফোনটোৱে আমাৰ দৈনন্দিন জীৱন যাত্ৰাক সহজ আৰু আৰামদায়ক কৰি তুলিছে৷ পিছে, ম’বাইল ফোনৰ ব্যৱহাৰে আমাক যিদৰে সুফল আনি দিছে, ইয়াৰ বিপৰীতে কিন্তু প্ৰযুক্তিৰ এইবিধ উপাদানৰ অত্যধিক ব্যৱহাৰে মানুহক বিপদৰ মুখলৈও
শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদানসমূহৰ ভিতৰত অন্যতম হ’ল কেলছিয়াম। আধুনিক জীৱন-যাপন আৰু উপযুক্ত খাদ্যাভ্যাসৰ অভাৱত এতিয়া বহুতো লোকৰ এইবিধ উপাদানৰ ভাৰসাম্য ৰক্ষাত ব্যাঘাত জন্মিছে। সেইবাবে এইবিধ উপাদানৰ অভাৱ নহ’বলৈ সকলোৱে কিছুমান বিষয়ত গুৰুত্ব প্ৰদান কৰা উচিত। কেলছিয়ামৰ অভাৱ হোৱাটো বহুতো বিষয়ৰ ওপৰত নিৰ্ভৰ কৰে। খাদ্যৰ জৰিয়তে গ্ৰহণ কৰাৰ পৰিৱৰ্তে যদি ‘ছাপ্লিমেণ্ট’
আজি-কালি কল ৰেকৰ্ডিং এটা ডাঙৰ সমস্যা হৈ পৰিছে৷ কল ৰেকৰ্ডিং এটা ভাইৰেল হৈ কাৰোবাৰ কেৰিয়াৰ পৰ্যন্ত ধবংস হৈ যোৱাৰ উপক্ৰম হয়৷ আপোনাৰ অজানিতে আপোনাক ফোন কৰোতা বা আপোনাৰ ফোন ধৰোতাই ফোন ৰেকৰ্ডিং কৰিব পাৰে৷ আপুনি যদি সাৱধান নহয় সেই বিষয়ে ঘূণাক্ষৰেও জানিব নোৱাৰিব৷ কিন্তু আপোনাৰ কল ৰেকৰ্ডিং হৈ আছে নেকি
খাদ্য গ্ৰহণৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন নকৰিলে পৰৱৰ্তী সময়ত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পা সেই কথা নতুনকৈ কাকো কোৱাৰ প্রয়োজন নাই। পুৱা শুই উঠাৰে পৰা নিশা শোৱাৰ আগলৈকে যিবোৰ খাদ্য গ্ৰহণ কৰা হয় সেইবোৰেই শৰীৰৰ ইন্ধন। খাদ্যৰ পৰা আহৰণ কৰা কেলৰি শৰীৰত জমা হয়। দৈনন্দিন যিকোনো কার্য সম্পাদনে ব্যয় হয় কেলৰি