বলীউডৰ অভিনেত্ৰী আৰু ৰাজনীতিকৰ প্ৰেম-বিবাহ নতুন কথা নহয় যদিও অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু ৰাজনীতিক ৰাঘৱ চাদ্দাৰ প্ৰেম-ৰোমাঞ্চৰ খবৰ সদায় নিত্য-নতুন৷ আপৰ নেতা, সুবক্তা ৰাঘৱ চাদ্দা আৰু অভিনেত্ৰী পৰিণীতিৰ প্ৰেম পৰ্বই
বৰষুণে বিধি-পথালি দিলে ভাৰত-পাকিস্তানৰ মেচত। শনিবাৰে এছিয়া কাপৰ লীগ পৰ্বৰ প্ৰথমখন মেচ শ্ৰীলংকাৰ কেণ্ডি ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। কিন্তু বৰষুণৰ বাবে এই মেচখন পৰিত্যক্ত হোৱা বুলি আম্পায়াৰে ঘোষণা কৰিবলগা হয়। দীৰ্ঘ
পবিত্ৰ ভাদ মাহৰ অন্যতম পবিত্ৰ তিথি কৃষ্ণ জন্মাষ্টমী অহা সপ্তাহত উদযাপন কৰা হ’ব। এই তিথিত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী
বজালী কাণ্ডত CIDৰ জালত পৰিল আৰক্ষী বিষয়া গায়ত্ৰী সোণোৱাল। আজি গুৱাহাটীৰ ঘৰৰ পৰা আৰক্ষীয়ে আটক কৰিলে গায়ত্ৰী সোণোৱালক। গায়ত্ৰী সোণোৱাল ASP হৈ থাকোতে সংঘটিত হৈছিল বজালী কাণ্ড। ৰবিউল ইছলামৰ পৰা
মেষ ৰাশি: আজি ধাৰ্মিক আৰু আধ্যাত্মিক কামত আপোনাৰ সময় পাৰ হ’ব। আজি ধনৰ লেনদেন পৰিহাৰ কৰা উচিত। শৰীৰ আৰু মনত ভয় থাকিব। ধৰ্মীয় কামত ধন ব্যয় কৰা হ’ব। বৃষ ৰাশি: