দেওবাৰে বিহালী বটিয়ামাৰীত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান বহু পৰিমাণৰ অৰুনাচলী সুৰা জব্দ আৰক্ষীৰ

দেওবাৰে বিহালী বটিয়ামাৰীত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান বহু পৰিমাণৰ অৰুনাচলী সুৰা জব্দ আৰক্ষীৰ

বিহালী অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে বিশ্বনাথ আপকাৰী বিহালী আৰক্ষীযে বিভিন্ন সময়ত অভিযান চলাই বহু লোকক জেল হাজোতলৈ প্ৰেৰণ কৰিছে তথাপিও একাংশ লোকে এতিয়াও বিহালীৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা চলাই আহিছে।আজি দেওবাৰে বিহালী বটিয়ামাৰীত বিহালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বুছিঙ বেৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অবৈধ ভাবে মজুত ৰখা বহু

কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতা আৰম্ভ

কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতা আৰম্ভ

নিউজ ব্যুৰ’,নগাঁও,৬আগষ্ট:–কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতা ৰবিবাৰৰ পৰা আৰম্ভ হৈছে । কলিয়াবৰৰ নাগশঙ্কৰস্থিত ডা: টি. আও ষ্টেডিয়ামত বিয়লি অনুষ্ঠিত এ ডিভিজনৰ উদ্বোধনী খেলত জখলাবন্ধাৰ ফ্ৰেণ্ডশ্বিপ ক্লাৱে বেঙেনাআটিৰ জাংচাৰ আফাট দলক ৪-২ গ’লৰ ব‍্যৱধানত পৰাস্ত কৰে । ফ্ৰেণ্ডশ্বিপ ক্লাৱৰ ঈলিয়াছ দদ্ৰাই হেট্ৰিক কৰা লগতে আনটো গ’ল দিয়ে আৰিশ টিক্কাই

নগাঁৱৰ বৰজহাত যুৱ প্ৰশিক্ষক বিশ্বজিৎ মজুমদাৰক ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনৰ “ভাৰতীয় নৃত্য গুৰু শিৰোমণি” সন্মান

নগাঁৱৰ বৰজহাত যুৱ প্ৰশিক্ষক বিশ্বজিৎ মজুমদাৰক ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনৰ “ভাৰতীয় নৃত্য গুৰু শিৰোমণি” সন্মান

নিউজ ব্যুৰ’,নগাঁও,৬ আগষ্ট :–নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বৰজহাৰ সত্ৰীয়া নৃত্যৰ যুৱ প্ৰশিক্ষক বিশ্বজিৎ মজুমদাৰক ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনে প্ৰদান কৰে “ভাৰতীয় নৃত্য গুৰু শিৰোমণি” সন্মান । শনিবাৰে গুৱাহাটীৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় সংগীত আৰু নৃত্য মহোৎসৱত শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হয় । সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিগত

ৰঙিয়াত ৰেলৰ খুন্দাত নিহত এজন লোক

ৰঙিয়াত ৰেলৰ খুন্দাত নিহত এজন লোক

আজি পুৱা ৰঙিয়াৰ সমীপৰ ভাতকুচিত ৰেলগাড়ীৰ খুন্দাত নিহত হয় এজন লোক । নোনা নৈৰ পাৰত মৃতদেহটো উদ্ধাৰ কৰে ৰেল আৰক্ষীয়ে । লোক জনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই ।ৰেল আৰক্ষীয়ে জনোৱা মতে উজনিমুৱা আগৰতলা এক্সপ্ৰেছৰ খুন্দাত চিটিকি পৰি আঘাতপ্ৰাপ্ত হৈ মৃত্যু হয় লোক জনৰ । বগা – সেউজীয়া ৰঙৰ