চাৰিওফালে কনজাংটিভাইটিছ! সহজ উপায়েৰে নিজকে ৰক্ষা কৰক এই ৰোগৰ পৰা

চাৰিওফালে কনজাংটিভাইটিছ! সহজ উপায়েৰে নিজকে ৰক্ষা কৰক এই ৰোগৰ পৰা

দ্ৰুতগতিত বিয়পিছে কনজাংটিভাইটিছ। এই ৰোগৰ পৰা কেনেকৈ নিজকে সুস্থ কৰি ৰাখিব? কিদৰে ভালে ৰাখিব নিজৰ দুই চকু? মানিব লাগিব কিছুমান সহজ নিয়ম। জানক চকু বিশেষজ্ঞসকলে কি কৈছে। চকু বিশেষজ্ঞ নীৰজ সন্দুজাই কৈছে, কিছু সহজ নিয়ম মানিলেই কনজাংটিভাইটিছ ৰোগৰ পৰা ৰখা কৰিব পাৰিব নিজৰ চকু। মানি লাগিব এই সাধাৰণ স্বাস্থ্য বিধি।

বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনত এই ৫ ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব লক্ষ্মী দেৱীৰ কৃপা

বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তনত এই ৫ ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব লক্ষ্মী দেৱীৰ কৃপা

ধন-ব্যৱসায় আৰু বুদ্ধিৰ শাসক বুধ। জ্যোতিষীসকলৰ মতে যদি বুধ ৰাশিফলত শুভ হয় তেন্তে ব্যক্তিজন ডাঙৰ ব্যৱসায়ী হোৱাৰ সম্ভাৱনা থাকে। (প্ৰতীকী ছবি) শেহতীয়াকৈ ২০২৩ চনৰ ২৫ জুলাইত বুধ গ্ৰহে নিজৰ ৰাশি সলনি কৰিলে। বৰ্তমান বুধ সিংহ ৰাশিত। লক্ষ্মী নাৰায়ণ ৰাজযোগ সংঘটিত হয় যেতিয়া বুধ সিংহ ৰাশিত প্ৰৱেশ কৰে। ১২টা ৰাশিৰ আটাইকেইটা

অসমত ঢেকীয়াপতীয়া বাঘ আছে ২২৭টা

অসমত ঢেকীয়াপতীয়া বাঘ আছে ২২৭টা

নিউজ ব্যুৰ’,নগাঁও,৪আগষ্ট:–বাঘ সংৰক্ষণৰ ক্ষেত্ৰত অসমৰ বাবে এটা ভাল খবৰ । ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ সমীক্ষা মতে অসমত বৰ্তমান ঢেকীয়াপতীয়া বাঘৰ সংখ্যা ২২৭ টা ৷ প্ৰতি চাৰিবছৰৰ ব্যৱধানত কৰা বাঘ গণনাৰ তথ্য অনুসৰি ২০০৬ চনত অসমত বাঘৰ সংখ্যা আছিল ৭০ টা আৰু ২০২২ চনৰ সমীক্ষাত ২২৭ টালৈ বৃদ্ধি হ’ল । ৰাষ্ট্ৰীয়

স্বাস্থ্যৰ বাবে অমৃত স্বৰূপ কঁঠালৰ গুটি

স্বাস্থ্যৰ বাবে অমৃত স্বৰূপ কঁঠালৰ গুটি

কঁঠাল পৃথিৱীৰ আটাইতকৈ ডাঙৰ গছৰ ফল।ই প্ৰ’টিন, ভিটামিন বি আৰু পটাছিয়ামৰ দৰে পুষ্টিৰে সমৃদ্ধ।কঁঠালটোৰ দৰেই ইয়াৰ গুটিবোৰো স্বাস্থ্যৰ বাবে খুবেই উপকাৰী।কঁঠালৰ গুটি থিয়ামিন আৰু ৰিবোফ্লেভিনত সমৃদ্ধ। যিয়ে আপুনি খোৱা খাদ্যক শক্তিলৈ পৰিৱৰ্তন কৰা আৰু চকু, ছাল আৰু চুলি স্বাস্থ্যৱান ৰখাত সহায় কৰে।গুটিবোৰত জিংক, আইৰণ, কেলচিয়াম, তাম, পটাছিয়াম আৰু মেগনেছিয়ামো থাকে।আজি

ধুবুৰীত APDCLৰ SDE আৰু কৰ্মচাৰীক গুৰুলা–গুৰুলকৈ প্ৰহাৰ

ধুবুৰীত APDCLৰ SDE আৰু কৰ্মচাৰীক গুৰুলা–গুৰুলকৈ প্ৰহাৰ

ধুবুৰীৰ গৌৰীপুৰত এপিডিচিএলৰ এছ ডি ই আৰু কৰ্মচাৰীক আক্ৰমণ। গৌৰীপুৰ এপিডিচিএল উপ–সংমণ্ডলৰ এছ ডি ই মঞ্জুৰুল হকৰ লগতে দুজন কৰ্মচাৰী দৃৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়। চোৰাংভাৱে বিদ্যুৎ সংযোগ কৰি অবৈধভাৱে বৈদ্যুতিক মটৰ চলোৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ এছ ডি ই মঞ্জুৰুল হকৰ লগতে কৰ্মচাৰী মফিদুল হক, ৰফিকুল হক সন্ধিয়া দুমৰদহ গাঁৱলৈ