গুৱাহাটীৰ ইতিহাসত সূচনা হ’ল নতুন অধ্যায়ৰ মুকলি হ’ল অসমৰ আটাইতকৈ দীঘল উৰণসেতু নীলাচল ফ্লাইঅভাৰ মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে
মুকলি হ’ল নৱনিৰ্মিত মালিগাঁৱৰ নীলাচল উৰণসেতু । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে উৰণসেতুখন। দীৰ্ঘ অপেক্ষাৰ অন্তত ৰাইজৰ বাবে সাজু উৰণসেতুখন। পাণ্ডুঘাট, মালিগাঁও চাৰিআলি, কামাখ্যা গেট সংযোগী এই সেতু।
মই দিল্লীত গৈ মোৰ কব লগা খিনি কৈছিলো। ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডাক সাক্ষাৎ কৰি তেওঁকো মই মনৰ কথা খিনি কৈছো। আমাৰ যি আদৰ্শ আছে/ যি আদৰ্শলৈ আমি দলত অন্তৰ্ভুক্ত
🔴অংকিতা দত্তলৈ পুনৰ CBIৰ চমন 🔴আজি কলকাতাস্থিত CBI কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ 🔴সাৰদা কেলেংকাৰিৰ গোচৰত হাজিৰ হোৱাৰ নিৰ্দেশ 🔴প্ৰয়াত পিতৃ অঞ্জন দত্ত মালিকানাধীন অনুভূতি প্ৰিণ্টাৰ্ছৰ নাম সাঙোৰ খোৱাৰ বাবে অংকিতাক
🔴গহপুৰৰ মেইল বজাৰৰ তেলেনীত ভয়ংকৰ অগ্নিকাণ্ড 🔴ভস্মীভূত গোবিন্দ প্ৰধান নামৰ লোকজনৰ বাসগৃহ 🔴লগতে ভস্মীভূত হয় কেইবাখনো বাহন, বিভিন্ন সামগ্ৰী 🔴বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ