লোকসভাত দিলীপ শইকীয়াৰ পথৰুঘাটৰ ৰাষ্ট্ৰীয় কৃষক ছহিদ স্মাৰক বিধেয়ক উত্থাপন

লোকসভাত দিলীপ শইকীয়াৰ পথৰুঘাটৰ ৰাষ্ট্ৰীয় কৃষক ছহিদ স্মাৰক বিধেয়ক উত্থাপন

মঙলদৈৰ সাংসদ দিলীপ শ‍ইকীয়াই অলপতে লোকসভাত উত্থাপন কৰে পথৰুঘাটৰ ৰাষ্ট্ৰীয় কৃষক ছহিদ স্মাৰক বিল। এই বিলৰ সমর্থনত সাংসদগৰাকীয়ে কয় যে, অসমৰ দৰং জিলাৰ পথৰুঘাটৰ হোজা কৃষকসকলে ব্ৰিটিছ শাসকে মাটিৰ খাজনা আৰু কৰ বৃদ্ধিৰ বিৰুদ্ধে ১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ দিনা পথৰুঘটিত ব্ৰিটিছৰ বিৰুদ্ধে অহিংস নীতি অবলম্বন কৰি এক বিদ্ৰোহৰ সূচনা কৰিছিল।

কনজাংটিভাইটিছ কি

কনজাংটিভাইটিছ কি

কনজাংটিভাইটিছ(Conjunctivitis) : আমাৰ চকুৰ সন্মুখৰ বগা অংশ ঢাকি থোৱা আৰু চকুৰ পটাৰ ভিতৰৰ ভাগত এখন পাতল অৱৰণ থাকে যাক কনজাংটাইভা বুলি কোৱা হয়৷ এই আৱৰণৰ স’ক্ৰমণক কনজাংটিভাইটিছ (conjunctivitis) বুলি কোৱা হয়৷ বিভিন্ন বীজাণুৱে যেনে বেক্টেৰিয়া (bacteria), ভাইৰাছ(virus), ক্ল’মাইডিয়া(chlamydia) ইত্যাদিয়ে এই ৰোগ সৃষ্টি কৰে ৷ Conjunctivitis হলে সঁচৰাচৰ চকুটো খচ্ খচাই

নাবালিকাক ধৰ্ষণঃ অভিযুক্ত নাৰায়ন দে’ক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড!

নাবালিকাক ধৰ্ষণঃ অভিযুক্ত নাৰায়ন দে’ক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড!

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ দামৰাপাৰা নিৱাসী তথা ব্যৱসায়ী নাৰায়ন দে’ক(৪২) বুধবাৰে কোকৰাঝাৰ বিশেষ আদালতৰ জে . কোচৰ আদালতে ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে । ইয়াৰোপৰি জৰিমনা অনাদায়ে অতিৰিক্ত এবছৰৰ কাৰাদণ্ড বিহিছে জে . কোচৰ আদালতে । উল্লেখ্য যে ভুক্তোভোগীৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰা অধিবক্তা

জিলা প্ৰশাসনৰ অভিযান: নাবালিকাক উদ্ধাৰ

জিলা প্ৰশাসনৰ অভিযান: নাবালিকাক উদ্ধাৰ

ঘৰত বনকৰা হিচাপে নাবালক-নাবালিকা নিয়োজিত কৰা লোকসকলৰ বিৰুদ্ধে গুৱাহাটী জিলা প্ৰশাসন তৎপৰ হৈ পৰিছে ৷ বচপন বচাও আন্দোলন’ নামৰ সামাজিক সন্থাটোৰ অভিযোগৰ ভিত্তিত সংগঠনটোৰ সহযোগত মঙলবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে বশিষ্টপুৰত অৰ্তকিতে এক অভিযান চলাই ৷ বশিষ্ঠপুৰৰ চাৰি নং বাইলেনৰ ঘৰ নং ৬০ (এ)ৰ অনুপম ৰোহিত নামৰ ব্যক্তিজনৰ ঘৰত অভিযান

শিশুক যৌন নির্যাতন চলোৱা ভয়াৱহ ঘটনা..

শিশুক যৌন নির্যাতন চলোৱা ভয়াৱহ ঘটনা..

মহানগৰীৰ হাতীগাঁৱত দুটি শিশুক যৌন নির্যাতন চলোৱা এক ভয়াৱহ ঘটনা পোহৰলৈ আহিছে। একেটা চৌহদতে ভাৰাতীয়া হিচাপে থকাৰ সুযোগ লৈ দুটি শিশুক শুকুৰ আলীয়ে প্রায় এমাহ ধৰি যৌন নির্যাতন চলাই আহিছিল। শিশু দুটিৰ মাতৃয়ে এই কথা জানিব পাৰি হাতীগাঁও থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি