এই বৰ্ষৰ ৰমন মেগছেছে বঁটা লাভ কৰা কন্নন একমাত্ৰ ভাৰতীয়। ডা০ ৰবি কান্নান আৰ হৈছে কাছাৰ কেন্সাৰ হাস্পতালৰ বিশেষজ্ঞ চিকিৎক। একমাত্ৰ ভাৰতীয় হিচাপে ডা০ কান্ননলৈ এই বঁটা প্ৰদান কৰাত উৎফল্লিত
নিউজ ব্যুৰ’,নগাঁও,৩১আগষ্ট:– “জাতি-মাটি-ভেটিৰ অধিকাৰৰ বিষয়ে কথা-সাহিত্যৰ মাজেৰে অসমৰ সহজ-সৰল মানুহক সকীয়াই দিয়া এজন আচল মানুহ আছিল হিতেশ ডেকা। নিজ দেশ,নিজ মানুহ, ওপজা মাটি,জাতি-ভাষা-সংস্কৃতিৰ উপাসক হিতেশ ডেকাৰ উপন্যাস ৰাজিৰ মাজত স্বৰাজোত্তৰ
উদ্বোধনৰ ২৪ ঘণ্টা নৌহওঁতেই নীলাচল উৰণসেতুত অঘটন। নৱনিৰ্মিত সেতুখনত সংঘটিত হৈছে প্ৰথমটো পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে ট্রাকে খুন্দিয়ালে GMCৰ চাফাই কৰ্মীৰ ঠেলাগাড়ী। উৰণ সেতুখনৰ কামাখ্যা গেটৰ ওচৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছে।
প্ৰথমে পিক, এতিয়া সুৰাৰ বটল উদ্ধাৰ পুৱাই মালিগাঁৱৰ ‘নীলাচল উৰণ সেতু’ত উদ্ধাৰ সুৰাৰ বটল নিশা কোনো লোকে উৰণ সেতুখনত কৰিছিল সুৰাৰ পাৰ্টী নীলাচল উণসেতুৰ কামাখ্যা গে’ট অংশত ঘটে এই
মুকলিৰ পাছতে লেতেৰা হৈ পৰিল নীলাচল উৰণসেতু নৱনিৰ্মিত উৰণসেতুত পিক পেলাই লেতেৰা একাংশৰ নীলাচল উণসেতুৰ কামাখ্যা গে’ট অংশত ঘটে এই দুর্ঘটনা