লক্ষণ জানি লৈ সৰ্তকতা অৱলম্বন কৰক, অন্যথা হেৰুৱাব দৃষ্টিশক্তি

লক্ষণ জানি লৈ সৰ্তকতা অৱলম্বন কৰক, অন্যথা হেৰুৱাব দৃষ্টিশক্তি

সাধাৰণতে বাৰিষাৰ দিনকেইটাত আমাৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিয়ে। বৰষুণৰ পানীয়ে আমাৰ শৰীৰলৈ নানান সমস্যা কঢ়িয়াই আনে।শেহতীয়াকৈ দিল্লীকে ধৰি দেশৰ বিভিন্ন ঠাইত আই ফ্লুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।এই ৰোগক ‘পিংক আই’ বুলিও কোৱা হয়। ই হৈছে এক প্ৰকাৰৰ সংক্ৰামক ৰোগ, যি সংক্ৰমিত ব্যক্তি বা তেওঁৰ চকুপানীৰ সংস্পৰ্শৰ জৰিয়তে বিয়পে। ইয়াৰ

২ বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা কৰা যুৱকক মৃত্যুদণ্ড আদালতৰ

২ বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা কৰা যুৱকক মৃত্যুদণ্ড আদালতৰ

দেশত তীব্ৰ গতিত বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। একাংশ পাষাণলোকৰ কবলৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধও। ইয়াৰ মাজতে পোহৰলৈ আদালতৰ এক বিশেষ ৰায়দন। ২ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰাৰ বাবে এজনক ফাঁচীৰ ৰায় দিয়ে আদালতে। গুজৰাটৰ চুৰাট চহৰৰ এখন আদালতে বুধবাৰে এগৰাকী দুবছৰীয়া কিশোৰীক ধৰ্ষণ আৰু হত্যাৰ বাবে এজন

ইছলামিক গোড়ামি আৰু উগ্ৰতাৰ বাবে হিন্দু উগ্ৰ হৈছে : শিলাদিত্য

ইছলামিক গোড়ামি আৰু উগ্ৰতাৰ বাবে হিন্দু উগ্ৰ হৈছে : শিলাদিত্য

সততে বিতৰ্কিত মন্তব্যৰে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে বুধবাৰে কোকৰাঝাৰত পুনৰ এক বিতৰ্কিত মন্তব্য কৰে । কোকৰাঝাৰত আজি সংবাদমাধ্যমৰ আগত প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে এটা বিশেষ সম্প্ৰদায়ক পুনৰাই আক্ৰমনৰ লক্ষ্য কৰি লৈছে । প্ৰযুক্তিবিদ্যাৰ যুগত মানুহৰ মাজত সম্পৰ্ক কমি আহিছে আৰু সমাজৰ কাম কৰা মানুহৰ অভাৱ

লখিমপুৰৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল যুৱতীৰ, এতিয়ালৈকে হোৱা নাই চিনাক্ত

লখিমপুৰৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল যুৱতীৰ, এতিয়ালৈকে হোৱা নাই চিনাক্ত

লখিমপুৰ বাইপাছৰ বোৱালগুৰিত ভয়ংকৰ দুৰ্ঘটনা। বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা। ট্রাকত খুন্দা মাৰুতি ব্রেজা বাহনৰ। থিতাতে নিহত এগৰাকী যুৱতী। ব্রেজা বাহনখনৰ দুই যুৱকৰ অৱস্থাত সংকটজনক। এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃত যুৱতীগৰাকী। দুৰ্ঘটনাগ্রস্ত মাৰুতি ব্রেজা বাহখনৰ নম্বৰ AS-07 M 3904। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

আজি মেষ, বৃষকে ধৰি চাৰিটা ৰাশিচিহ্নৰ ভাগ্য জিলিকিব!

আজি মেষ, বৃষকে ধৰি চাৰিটা ৰাশিচিহ্নৰ ভাগ্য জিলিকিব!

আজিৰে পৰা আৰম্ভ হ’ব এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল টুৰ্ণামেণ্ট ডুৰাণ্ড কাপ ২০২৩। প্ৰথমবাৰৰ বাবে ১৮৮৮ চনতে আৰম্ভ হোৱা ডুৰাণ্ড কাপ হৈছে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাখনিৰ এইবাৰৰ ১৩২তম সংস্কৰণত অংশগ্ৰহণ কৰিব ২৪ টাকৈ দলে। বৃহস্পতিবাৰৰ সন্ধিয়া ৫.৪৫ত পশ্চিম বংগৰ বিবেকানন্দ যুৱ ভাৰতী কৃৰঙ্গন (চল্ট লেক ষ্টেডিয়াম)ত আৰম্ভ হ’ব ইয়াৰ