সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,৩০জুলাই :–সদৌ নগাঁও জিলা ছাত্র সন্থাৰ উদ্যোগত,নগাঁও মহকুমা ছাত্ৰ সন্থাৰ সহযোগত আৰু নগাঁও সদৰ আঞ্চলিক ছাত্র সন্থাৰ ব্যৱস্থাপনাত শনিবাৰে জিলাখনৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাবৰ বাবে এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় । নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত চলিত বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁৱৰ পৰা সুখ্যাতিৰে

নগাঁৱৰ জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত ২৯সংখ্যক “গৰখীয়া সৱাহ আৰু শৰাইৰ এদিন” মহোৎসৱৰ সামৰণি

নগাঁৱৰ জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত ২৯সংখ্যক “গৰখীয়া সৱাহ আৰু শৰাইৰ এদিন” মহোৎসৱৰ সামৰণি

নিউজ ব্যুৰ’,নগাঁও,৩০জুলাই :–নগাঁও জিলাৰ স্মৃতি বিজড়িত বেবেজীয়াৰ সমীপৰ জামুগুৰি গাঁৱৰ ঐতিহ্যমণ্ডিত সাৰ্বজনীন গৰখীয়া থানত আয়োজিত “গৰখীয়া সৱাহ আৰু শৰাইৰ এদিন” মহোৎসৱটিৰ যোৱা ৩০জুলাই,ৰবিবাৰে সামৰণি পৰে । উল্লেখ্য যে প্ৰায় ৩৫২বছৰ অতিক্ৰম কৰা থানখনৰ এই মহোৎসৱ উদযাপন অঞ্চলটোৰ লগতে ৰাজ্যখনৰ ভক্তিমাৰ্গ আৰু কৃষ্টি-সংস্কৃতি বিকাশৰ এক পৰম্পৰা আৰু প্ৰয়াসৰ বাবেই গৰখীয়া মহাপ্ৰভুৱে

২০ হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ এছ আই

২০ হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ এছ আই

উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আৰক্ষীৰ উপ পৰিদৰ্শক যোৰহাট সদৰ থানা SI প্ৰণৱ নাথক গ্ৰেপ্তাৰ ২০ হাজাৰ টকা উৎকোচ লওঁতে গ্ৰেপ্তাৰ প্ৰণৱ নাথক

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কনকলতা CLFৰ বাৰ্ষিক অধিবেশন

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কনকলতা CLFৰ বাৰ্ষিক অধিবেশন

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কনকলতা CLFৰ বাৰ্ষিক অধিবেশন বৰালীমৰা পঞ্চায়তত অনুষ্ঠিত হয়, উপস্থিত থাকে খণ উন্নয়ন প্ৰকল্প বিষয়া হিৰণদীপ শইকীয়াঅসম গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত কনকলতা CLFৰ বাৰ্ষিক আজি অধিৱেশনখন বৰালীমৰা গাওঁ পঞ্চায়তৰ সভাকক্ষত অনুষ্ঠিত হয়।বিনু বৰা তালুকদাৰ সভাপতিত্ব অনুষ্ঠিত সভাত আঁত clf সম্পাদিকা সাবিত্ৰী দেৱীয়ে এই সভাত উপস্থিত থাকি