নিউজ ব্যুৰ’,নগাঁও,২৫জুলাই:–নগাওঁ জিলাৰ সোণাই পৰীয়া সাংবাদিকৰ উমৈহতীয়া মঞ্চ সোণাইঘাট প্ৰেছ ক্লাৱৰ উদ্যোগত মংগলবাৰে বিয়লি নগাঁৱৰ সাংবাদিক আৰু সমাজকৰ্মীক সম্বৰ্ধনা জনোৱা হয় । সোণাইঘাট প্ৰেছ ক্লাৱৰ উদ্যোগত চলি থকা বাণিজ্য মেলা উপলক্ষে বিয়লি প্ৰেছ ক্লাৱৰ সভাপতি তথা সাংবাদিক বাহাৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সাংবাদিক সম্বৰ্ধনা অনুষ্ঠানটিত জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা,নগাওঁ প্ৰেছ ক্লাৱৰ
নিউজ ব্যুৰ’,নগাঁও,২৫জুলাই:–জনপ্ৰিয় নৃত্যশিল্পী ৰিপক বৰাৰ উদ্যোগত নগাঁও- মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী শিমলুগুৰিত মঙলবাৰে “নৃত্যাংগনা ডেঞ্চ একাডেমী” শীৰ্ষক এখনি নৃত্য আৰু চিত্ৰাংকনৰ বিদ্যালয় মুকলি কৰা হয় । অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰবোধ নাথে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত উপস্থিত থাকি অৱসৰপ্ৰাপ্ত শিক্ষক গিৰীশ পাটৰে ২০১৭ চনৰ জি টিভিত সম্প্ৰচাৰিত “দি আই দি”ত অসমৰ পৰা
ছাত্ৰীক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ প্ৰদীপ ঘোষ ওৰফে ৰাহুল। আৰ্যভট্ট বিদ্যালয়ৰ শিক্ষক প্ৰদীপ ঘোষ ওৰফে ৰাহুলে দীৰ্ঘদিনৰ পৰা এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ । পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰদীপ ঘোষক।
গোৱালপাৰাৰ মৰেল পুলিচিঙত জড়িত ১৩ জনক গ্ৰেপ্তাৰ। নিশা আগিয়া থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৭জনক। মৃতকৰ পত্নীয়ে গোচৰ দিয়াৰ পাছতে গাঁৱৰ পৰা পলায়ন কৰিছিল সকলো পুৰুষ। ধৃত পুতুল দাস, প্ৰকাশ ৰাভা, ৰামপ্ৰসাদ দাস, ৰূপজ্যোতি ৰাভা, উপজিত ৰাভা, স্বপন ৰাভা, ৰাতুল বিশ্বাস। ঘটনা সন্দৰ্ভত ৩জনৰ আত্মসমৰ্পণ। আত্মসমৰ্পণ ৰাজকুমাৰ ৰাভা, ৰাতুল ৰাভা, শিৱম
সলনি হ’ল IDOLৰ নামাকৰণ 🔴 GUCDOE নামেৰে পৰিচিত হ’ব IDOL 🔴 UGCৰ অনুমোদন সাপেক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ নতুন নামাকৰণ। 🔴 দূৰ আৰু অনলাইন শিক্ষা কেন্দ্ৰ নামেৰে নামাকৰণ।