নৈত গা ধুবলৈ গৈ সলিল সমাধি অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ

নৈত গা ধুবলৈ গৈ সলিল সমাধি অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ

🔴 নৈত গা ধুবলৈ গৈ সলিল সমাধি অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ। 🔴 মৃত কিশোৰীগৰাকী ধেমাজিৰ বিউটি সোণোৱাল। 🔴 পথাৰত ভূঁই ৰুই আহি জীয়াঢল-কুমতীয়া নৈত গা ধুব লওঁতেই পিছলি পৰে দুই মাতৃ-কন্যা। 🔴 স্থানীয় দুজনী কিশোৰীৰ তৎপৰতাত কথমপি প্ৰাণ ৰক্ষা মাতৃৰ।

জোঁৱায়েক নাজিবুৰ ৰহমান লাভ জেহাদী! হত্যাকাৰী নাজিবুৰৰ ফাঁচিৰ দাবী বিশ্ব হিন্দু পৰিষদৰ

জোঁৱায়েক নাজিবুৰ ৰহমান লাভ জেহাদী! হত্যাকাৰী নাজিবুৰৰ ফাঁচিৰ দাবী বিশ্ব হিন্দু পৰিষদৰ

গোলাঘাটৰ লোমহৰ্ষক ত্ৰিপল মাৰ্ডাৰক লৈ জিলাখনত অব্যাহত আছে প্ৰতিক্ৰিয়া। গোলাঘাট আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদত চামিল হ’ল বিভিন্ন দল-সংগঠন৷ গোলাঘাট হিন্দী স্কুল ৰোডত সংঘটিত হোৱা হত্যাকাণ্ডত জড়িত দোষী নাজিবুৰ ৰহমান বৰাক ফাঁচি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। ইয়াৰ লগতে বিশ্ব হিন্দু পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে এই হত্যাকাণ্ডৰ প্ৰতিবাদকল্পে গোলাঘাট জিলা

গোলাঘাটত জোঁৱায়েকে হত্যা কৰিলে শহুৰ-শাহু আৰু পত্নীক

গোলাঘাটত জোঁৱায়েকে হত্যা কৰিলে শহুৰ-শাহু আৰু পত্নীক

গোলাঘাটত দিন–দুপৰতে সংঘটিত হয় লোমহৰ্ষক ঘটনা। গোলাঘাটৰ হিন্দী স্কুল ৰোডত সংঘটিত এই ভয়ংকৰ ঘটনাত নিহত হয় ৩গৰাকীকৈ লোক। ঘটনাৰ বিৱৰণী অনুসৰি, জোঁৱায়েকে পত্নী আৰু শহুৰেক–শাহুৱেকক হত্যা কৰি ঘৰৰ ভিতৰতে পেলাই থৈ যায় মৃতদেহ। স্থানীয় লোকে কাজিয়াৰ সূত্ৰপাত হোৱাৰ খবৰ পাই উক্ত ঘৰত উপস্থিত হৈ প্ৰত্যক্ষ কৰে তিনিটা মৃতদেহ। মৃত লোককেইজন

‘সমষ্টি পুনঃনিৰ্ধাৰণে ৰক্ষা কৰিব নোৱাৰে খিলঞ্জীয়াক: অনুপ চেতিয়া

‘সমষ্টি পুনঃনিৰ্ধাৰণে ৰক্ষা কৰিব নোৱাৰে খিলঞ্জীয়াক: অনুপ চেতিয়া

‘সমষ্টি পুনঃনিৰ্ধাৰণে ৰক্ষা কৰিব নোৱাৰে খিলঞ্জীয়াক। ‘ই এক সাময়িক বিষয়। মুখ্যমন্ত্ৰীৰ বক্তব্য অনুমানভিত্তিক। জাতি ৰক্ষাৰ একমাত্ৰ উপায় আসন সংৰক্ষণ।’ সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া।