দেওবাৰে ৰূপনগৰত উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ। যুৱতীগৰাকী মণিপুৰৰ যুৱতী বুলি জানিব পৰা গৈছে। মৃত যুৱতীগৰাকীৰ নাম ৰেবিকা থাওডাম। চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ। ৰূপনগৰত ভাৰাতীয়া হিচাপে আছিল যুৱতীগৰাকী। কিন্তু এয়া এক হত্যাকাণ্ড বুলিহে দাবী কৰিছে যুৱতীগৰাকীৰ পৰিয়ালৰলোকে। প্রেমিক ৰোহিত শইকীয়াৰ বিৰুদ্ধে উত্থাপন হৈছে হত্যাৰ অভিযোগ ।
ৰাজ্যখনে শাসন ব্যৱস্থাৰ দক্ষতা বৃদ্ধিৰ বাবে ই-অফিচ আৰু অন্যান্য ই-ম’ডৰ ব্যৱস্থা ৰূপায়ণ কৰাৰ সময়তে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। কৰ্মচাৰী বিভাগে জাৰি কৰা পত্ৰ অনুসৰি অসম চৰকাৰৰ সকলো বিভাগতে পদ বিলুপ্তিৰ কাম সম্পন্ন কৰা হ’ব। নতুন প্ৰশাসনিক ব্যৱস্থাসমূহে চৰকাৰী বিষয়সমূহৰ ক্ষেত্ৰত অধিক বৈজ্ঞানিক, পদ্ধতিগত আৰু লক্ষ্য নিৰ্ধাৰিত পদ্ধতিৰ সুবিধা প্ৰদান
নগাঁৱত উৎকোচ লৈ গ্ৰেপ্তাৰ স্বাস্থ্য বিভাগৰ কৰ্মী 🔴 যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ নৱজ্যোতি ভূঞা 🔴 দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে ঘোচখোৰজনক 🔴 এজন ফিজিঅ’ থেৰাপিষ্টৰ পৰা লৈছিল ২০ হাজাৰ টকা 🔴 কনিষ্ট বৰ্গৰ সহায়ক হিচাপে নিয়োজিত অভিযুক্ত ঘোচখোৰ
ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে, এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ৰাশিক ইংৰাজীত কোৱা হয় ছান ছাইন। মেষ : অতীতৰ সিদ্ধান্তক লৈ প্ৰশ্নৰ মুখামুখি হ’ব পাৰে। নতুন মতাদৰ্শ গ্ৰহণ কৰিব পাৰিব। তাত কোনো সমস্যা নাই। বৃষ : নিজৰ সমস্যা অথবা নিৰাপত্তাহীনতাৰ
সুস্থ শৰীৰৰ বাবে টোপনি অতি প্ৰয়োজনীয়। শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে টোপনি প্ৰয়োজনীয়। বিভিন্ন শাৰীৰিক কাম-কাজৰ সঠিক ব্যৱস্থাপনাৰ বাবেও টোপনি অতি প্ৰয়োজনীয়। চিকিৎসকৰ মতে বয়স, শাৰীৰিক ক্ৰিয়া-কলাপ আৰু স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিজন ব্যক্তিক ৭ৰ পৰা ৯ ঘণ্টা টোপনিৰ প্ৰয়োজন। ব্ৰিটেইনৰ ‘নেচনেল স্লিপিং ফাউণ্ডেচনেʼ এক অধ্যয়নত উল্লেখ কৰিছে