নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ।

নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ।

নগাঁও টাউন আৰক্ষীয়ে চহৰ খনৰ মিছন মাৰ্কেটত অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু কফচিৰাফ জব্দ কৰে। ধৃত ড্ৰাগছ ব্যৱসায়ী কেইটা হ’ল মনিৰুল ইছলাম, আব্দুল হানিফ আৰু মুছলিমউদ্দিন ।

হৰ্ঠাতে এমাহৰ কাৰণে যদি কণী খোৱা বন্ধ কৰি দিয়ে, শৰীৰত হোৱা পৰিৱৰ্তন দেখি আচৰিত হ’ব…

হৰ্ঠাতে এমাহৰ কাৰণে যদি কণী খোৱা বন্ধ কৰি দিয়ে, শৰীৰত হোৱা পৰিৱৰ্তন দেখি আচৰিত হ’ব…

কণী খাবলৈ সুস্বাদু হোৱাই নহয় শৰীৰৰ বাবেও উপকাৰী। কাৰণ ইয়াত সকলো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে। আমাৰ দেশতেই হওক বা বিদেশতেই হওক কণী খাদ্যৰ এক বিশেষ অংশ। ব্ৰেকফাষ্টৰ ই এক গুৰুত্বপূৰ্ণ অংশ। অৱশ্যে আজিকালি অধিক সংখ্যক লোকে নিৰামিষ জীৱনশৈলী মানি চলিছে। যাৰ বাবে কণীৰ লগতে কোনো ধৰণৰ নন-ভেজ বা ডেইৰী প্ৰডাক্ট

আপুনিও উতলি থকা চাহ-কফি খায় নেকি? যদি খায় এই সমস্যাবোৰ শৰীৰত দেখা দিব পাৰে

আপুনিও উতলি থকা চাহ-কফি খায় নেকি? যদি খায় এই সমস্যাবোৰ শৰীৰত দেখা দিব পাৰে

আপুনি নিশ্চয় এনে বহু মানুহ দেখিছে, যিয়ে গৰম চাহ-কফি খাই ভাল পায়। যদি অলপ ঠাণ্ডা হয়, তেন্তে আকৌ গৰম কৰি পান কৰে। এনে কৰিলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ভাৰতৰ বেছিভাগ মানুহেই গৰম পানীয়ৰে দিনটো আৰম্ভ কৰে। কিছুমানে গৰম চাহ ভাল পায়, আনহাতে কিছুমানে কফি আৰু গ্ৰীণ টি ভাল পায়। সকলোৱে বেলেগ

আজিৰে পৰা বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা…

আজিৰে পৰা বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা…

আজিৰে পৰা বন্ধ কৰা হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা। ব্রহ্মপুত্রৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবেই এই সিদ্ধান্ত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ। এক জাননী যোগে এই কথা জনাইছে বিভাগটোৱে। উল্লেখ্য ৰাজ্যত বাৰিষা আগমণৰ লগে লগে প্ৰবল বৃষ্টিপাতৰ ফলত ওফন্দি উঠিছে নৈ-উপনৈসমূহ। যাৰ বাবে প্ৰায় প্ৰতিখন নৈ-উপনৈত বিশেষকৈ ব্রহ্মপুত্রৰ বুকুত গুটীয়া ফেৰী চলাচলত নিষেধাজ্ঞা

যোৰহাট, গোলাঘাটৰ পিছত নীলা ছবিত অভিনয় বঙাইগাঁৱৰ যুৱতীৰ

যোৰহাট, গোলাঘাটৰ পিছত নীলা ছবিত অভিনয় বঙাইগাঁৱৰ যুৱতীৰ

যোৰহাট, গোলাঘাটৰ পিছত নীলা ছবিত অভিনয় বঙাইগাঁৱৰ যুৱতীৰ যোৰহাট, গোলাঘাটৰ পিছত বঙাইগাঁৱৰ যুৱতী। সহজলভ্য টকাৰ বাবে নীলা ছবিত অভিনয় বঙাইগাঁৱৰ যুৱতীৰ। বঙাইগাঁৱৰ নিলিবাৰীৰ যুৱতীয়ে এইবাৰ ধনৰ লালসাত পৰি নিষিদ্ধ পৰ্ণ ছবিত অভিনয় কৰাৰ ভিডিঅ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। ইপিনে যুৱতীগৰাকীৰ এই পৰ্ণ ছবিত অভিনয় কৰাক লৈ বঙাইগাঁৱৰ সচেতন মহলৰ মাজত