অসম চৰকাৰৰ পৰিবহণ বিভাগে বিভিন্ন শ্ৰেণীৰ ব্যৱসায়িক বাহনলৈ বৃহৎ সকাহ দি “ফিটনেছ” অৰ্থাৎ সক্ষমতাৰ প্ৰমাণপত্ৰৰ বিলম্ব মাচুল দ্বিতীয় আৰু শেষবাৰৰ বাবে হ্ৰাস কৰাৰ এক বিশেষ আঁচনি গ্ৰহণ কৰিছে ৷ সেই অনুসৰি অহা ১৫ জুলাইৰ পৰা ১৫ অক্টোবৰলৈ তিনিমাহ পৰ্যন্ত ফিটনেছৰ প্ৰমানপত্ৰৰ কাম সম্পন্ন হ’ব। কিন্তু বাহনৰ গৰাকীয়ে প্ৰথম দুমাহৰ ভিতৰতে
২৪ ঘন্টাৰ ভিতৰত অসমৰ এই তিনিখন জিলাত বিশেষ সতৰ্কবাণী প্ৰদান কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । Indian Meteorological Department (IMD) আৰু Regional Meteorological Centre (RMC) য়ে এই সতৰ্কবাণী প্ৰকাশ কৰিছে । অহা ২৪ ঘন্টাত অসমৰ ঠাইভেদে বতৰ ডাৱৰীয়া হৈ থাকিব যদিও বাক্সা , চিৰাং
অধীৰ আগ্ৰহেৰে বাট চাই আছে সমগ্ৰ দেশে… আকৌ জোনবাইৰ দেশলৈ যাবলৈ সাজু হৈছে ভাৰত। ভাৰতৰ অভিলাষী চন্দ্ৰ অভিযান চন্দ্ৰযান-3 প্ৰেৰণ কৰা হ’ব চন্দ্ৰলৈ (Chandrayaan-3)। এই ঐতিহাসিক অভিযানৰ বাবে সম্পূৰ্ণ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো (ISRO)। ১৪ জুলাইত অৰ্থাৎ আজি আবেলি ২ বাজি ৩৫ মিনিটত চন্দ্ৰযান-3 (Chandrayaan-3) উৎক্ষেপণ কৰা
প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে জলপ্ৰলয়।ভূটানৰ পৰা হোৰাহোৰে নামিছে পানী।বাক্সা, বিজনী, চিৰাং আদিৰ লোকক সাৱধানে থাকিবলৈ ভূটান চৰকাৰে জাৰি কৰিছিল আগতীয়া জাননী। জানিব পৰা মতে, ভূটানে পানী এৰাৰ পিছতে ভয়ংকৰ পৰিস্হিতি আৰম্ভ হৈছে অঞ্চল সমূহত ।ঘৰৰ ভিতৰতে পানীৰ সোঁত বৈছে বুলি জানিব পৰা গৈছে।ছিগি গৈছে ঘাইপথ ।ভয়ংকৰ পৰিস্হিতিৰ মাজতে আবদ্ধ হৈ
ভাৰতৰ পৰ্যটকসকলৰ বাবে ভাল খবৰ ।এতিয়াৰে পৰা ফ্ৰান্সতো চলিব ভাৰতীয় টকা।এতিয়াৰ পৰা ফ্ৰান্সত ব্যৱহাৰ হ’ব UPI, ফ্ৰান্সত ভাৰতীয় পৰ্যটকসকলে সকলে এতিয়াৰে পৰা RUPEE ত পেমেন্ট কৰিব পাৰিব। উল্লেখ্য যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী পেৰিছ ভ্ৰমণৰ সময়ত ভাৰত আৰু ফ্ৰান্সৰ মাজত হোৱা দ্বিপাক্ষীক বাণিজ্য আৰু পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ পিছতে ঘোষণা