মেষ ৰাশিঃ গণেশজীয়ে কৈছে যে আজি আপোনাৰ বাবে আত্মবিশ্বাস আৰু শক্তিৰে ভৰা দিন হ’ব পাৰে। আপুনি আপোনাৰ ধাৰণা আৰু পৰিকল্পনা স্পষ্টভাৱে প্ৰকাশ কৰিব পাৰিব যাতে আপোনাৰ ওচৰ-চুবুৰীয়া মানুহে আপোনাক বুজিব পাৰে। ব্যক্তিগত সম্পৰ্কত সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰক; পুৰণি যিকোনো মতানৈক্য সমাধানৰ বাবে এইটো এটা ভাল সময়। যদি আপুনি নতুন
বৃহস্পতিবাৰে পুৱতি নিশা ছৈইফ আলী খানৰ ঘৰত এজন দুৰ্বৃত্ত প্ৰৱেশ কৰি অভিনেতাগৰাকীক ছুৰিকাঘাত কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছৈইফৰ দৰে এগৰাকী চেলিব্ৰিটিৰ ঘৰত এজন বহিৰাগত প্ৰৱেশক লৈ যিদৰে চাঞ্চল্যৰ সৃষ্টি হৈছিল, সেইদৰে আহত ছৈইফক গাড়ীৰ সলনি অ’টোৰে চিকিৎসালয়লৈ লৈ যোৱাৰ ঘটনাটোৱেও বহুতকে আচৰিত কৰি তুলিছিল। বৃহস্পতিবাৰে পুৱতি নিশা তেজেৰে লুতুৰি
The Indian Air Force (IAF) organized an “Industry Outreach Event” on 15 January 2025, aiming to strengthening India’s defence capabilities and promote indigenous innovations. The event was conducted in two phases. The first phase, held online on 13 January 2025, saw the participation of 120 representatives from variousnsectors, including industry,
উৰুকাৰ বজাৰত আপুনি বহুত ডাঙৰ-ডাঙৰ, দামী-দামী মাছ দেখিলে। ৫০ কেজি ওজনৰ মাছৰ পৰা আৰম্ভ কৰি ৩০ হাজাৰ টকীয়া মাছ দেখিলে আপুনি। কিন্তু আজি আমি আপোনাক দেখুৱাম এটা ১৩২ কেজি ওজনৰ মাছ। হাইলাকান্দি চহৰতলীৰ বেচিক চাৰিআলি বজাৰত ওলাল ১৩২ কিলোগ্ৰাম ওজনৰ এটা বৃহৎকায় মাছ। হাইলাকান্দিৰ স্থানীয় লোকে মাছটোক বাঘ মাছ বুলি
নতুন দিল্লী, ১৪ জানুৱাৰী ঃ ভাৰতীয় মহিলা দলে নতুন দিল্লীত আৰম্ভ হোৱা প্ৰথম খো খো বিশ্বকাপত অভিলেখ গঢ়ি বিশাল জয়ৰে নিজৰ অভিযান আৰম্ভ কৰিছে৷ মঙলবাৰে নিশা ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত হোৱা খেলত ভাৰতীয় মহিলা খো খো দলে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অনবদ্য প্ৰদৰ্শন কৰি ১৭৫-১৮ গ’লৰ ব্যৱধানত জয়ৰে প্ৰতিযোগিতাত চমকপ্ৰদ আৰম্ভনি