আমাৰ দৈনন্দিন কার্যক্রমণিকাৰ অধিকাংশখিনি সমাপন হয় ঘৰ, স্কুল, অফিচ আদিৰ চাৰি বেৰৰ মাজত। অধিকাংশ সময়ত অহা-যোৱাও হয় ব্যক্তিগত বা যাত্রীবাহী বাহনত। ফলত শৰীৰে সূৰ্যৰ পোহৰৰ পৰা প্ৰায়েই বঞ্চিত হৈ ৰয়।
নখে কেৱল সৌন্দৰ্যকে প্ৰকাশ নকৰে৷ শৰীৰ কিমান সুস্থ হৈ আছে সেই কথা নখ চায়েই ক’ব পৰা যায়৷ নখৰ ৰঙৰ পৰাই শৰীৰ সুস্থ হৈ আছেনে নাই তাক নিৰ্ধাৰণ কৰিব পাৰি৷ নখ
গ্ৰীষ্মকালত শৰীৰৰ পৰা ঘাম বহুত বেছিকৈ ওলাই যাৰ ফলত প্ৰায়ে কাষলতিৰ পৰা দুৰ্গন্ধ ওলাবলৈ আহিব ধৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি ডিঅ’ড্ৰেণ্ট (Deodorant) বা পাৰফিউম ব্যৱহাৰ কৰোঁ, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ
বুধবাৰে সদৌ অসম সাংবাদিক কল্যান ন্যাসৰ উদ্যোগত আৰু দৈনন্দিন বাৰ্তা গোষ্ঠীৰ মাতৃ সংগঠন আলোকপ্ৰভঞ্জন ৱেল ফেয়াৰ চচাইটিৰ সহযোগত নগাঁৱৰ কেইগৰাকী মান সমাজ কৰ্মী আৰু সাংবাদিকে আগবঢ়ালে হৰি দাসলৈ আৰ্থিক সাহায্য।
নগাঁও বাৰ এছ’চিয়েছনৰ সভাপতি আবুল হুছেইন খণ্ডকাৰ আৰু অধিবক্তা হুছেইন মহম্মদ ৰিজৱানৰ মাজত সংঘাত। খণ্ডকাৰৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে ৰিজৱানক। খণ্ডকাৰৰ মতে ৰিজৱানে আদালত চৌহদত চলাইছিল ড্ৰাগছৰ বেহা। ৰিজৱানে