‘বিজেপিয়ে নিজৰ সুবিধামতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি ল’লে৷ মুখ্যমন্ত্ৰীয়ে উত্তৰ গুৱাহাটী, মালিগাঁৱক লৈ ১৪ পুৰুষলৈ নিজৰ সমষ্টি ঠিক-ঠাক কৰি ল’লে৷’– এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ৷ বুধবাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয় যে এই খচৰাই মাধমাৰ দিলে পুৰণি বিজেপিক৷ ৰঞ্জিত দত্ত, ৰঞ্জিত দাসৰ দৰে নেতাৰ
১০৩ নম্বৰ আমগুৰি বিধানসভা সমষ্টি অসমৰ ভিতৰতে এটা সম্ভ্রান্ত সমষ্টি। প্রাক্তন মুখ্যমন্ত্রী বিমলা প্ৰসাদ চলিহাৰ পৰা বিষ্ণুৰাম মেধি, খগেন বৰুৱাকে ধৰি প্ৰাক্তন পৰিবহণ মন্ত্ৰী অঞ্জন দত্ত আৰু প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ জ্যেষ্ঠ বিধায়ক প্রদীপ হাজৰিকাৰ গৃহ সমষ্টি। সমষ্টি পুনৰ গঠনৰ জৰিয়তে সমষ্টিটো বিলুপ্তকৰণৰ প্ৰস্তাৱ দিয়াত ইয়াৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ হৈছে।
টীয়কৰ প্ৰতিবেদক ২২ জুন/২৩ উন্নয়ন আৰু বিকাশ বিছাৰি হাবাথুৰি খাইছে টীয়কৰ এখন গাৱঁৰ ৰাইজে।গ্ৰামাঞ্চল সমূহত প্ৰকৃততে উন্নয়ন হৈছেনে?কেৱল শ্ল’গান আৰু হ’ৰডিংতে সীমাবদ্ধ নেকি উন্নয়ন। স্বাধীনতাৰ ৭৫ টা বছৰৰ পাছতো উন্নয়নৰ মুখ নেদেখা টীয়কৰ এখন ভিতৰুৱা গাঁও বনাই ন-পমুৱা গাওঁ। একবিংশ শতিকাটো এইখন গাঁৱৰ ৰাইজে জৰাজীৰ্ণ পথেৰে যাতায়াত কৰি জীয়াতু
বানে বিধস্ত কৰিছে সমগ্ৰ অসম | জলমগ্ন হৈ আছে ওদালগুৰিৰ বিভিন্ন প্ৰান্তৰ লগতে ৰজাগড়বাসী ৰাইজ। ঘৰ-দুৱাৰ, খেতি-বাতি, পশুধন সকলো এতিয়া পানীৰ তলত | ৰাইজৰ অভিযোগ নালাপাৰা -দেওচুঙা সংযোগী পথটোত এটাও কালভাৰ্ট নোহোৱা বাবে বৰষুণৰ পানীয়ে বুৰাই পেলাইছে গাওঁখন | ভূটান সীমান্তৱৰ্তী পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰজাগড়ত পূৰ্বতে কেতিয়াও হোৱা নাছিল
সংবাদমেলত ৰকিবুল হুছেনৰ ভাষ্য- কংগ্ৰেছে কৰা আবেদনৰ সন্দৰ্ভত নিৰ্বাচনী আয়োগে কোনো উত্তৰ নিদিলে সমষ্টি পুনৰ নিৰ্দ্ধাৰণ আমিও বিচাৰো কিন্তু এনেদৰে সমষ্টি পুনৰ নিৰ্দ্ধাৰণ কৰাটো আমি সমৰ্থন নকৰো ৷ নিৰ্বাচনী আয়োগ নিৰপেক্ষ নহয় ১৪ টা লোকসভা সমষ্টিলৈ গৈ ১১ জুলাইৰ আগতে কংগ্ৰেছে ৰাইজৰ লগত এই সন্দৰ্ভত আলোচনাত মিলিত হ’ব ৷ উচ্চতম