মৰিগাঁও তিৱাসংগঠনৰ প্ৰতিবাদ…

মৰিগাঁও তিৱাসংগঠনৰ প্ৰতিবাদ…

এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ উত্তাল হ’ল মৰিগাঁও। মৰিগাঁও বিধানসভা সমষ্টি জনজাতিৰ বাবে সংৰক্ষণৰ দাবীৰে সদৌ অসম তিৱা ছাত্ৰ সন্থাই উত্তাল কৰিলে মৰিগাঁৱৰ ৰাজপথ।মৰিগাঁও চহৰৰ জাগীৰোড- মৰিগাঁও সংযোগী পথত টায়াৰ জ্বলাই সাব্যস্ত কৰিলে প্ৰতিবাদ।তেঁওলোকে উল্লেখ কৰি ক’লে যে মৰিগাঁও বিধানসভা সমষ্টিটো তিৱা জনজাতীয় সমষ্টি।আৰু পূৰ্বতে যিহেতু এই চৰকাৰখনে খিলঞ্জীয়াৰ সুৰক্ষিত

অসমীয়া ছবিয়ে আগৰ পৰায়ে ভাল কাম কৰি আহিছে…!

অসমীয়া ছবিয়ে আগৰ পৰায়ে ভাল কাম কৰি আহিছে…!

প্ৰচাৰৰ নোহোৱাৰ বাবে বহু অসমীয়া ছবি ৰাইজৰ কাষ নাপায়। শ্ৰী ৰঘুপতি এখন খুব সুন্দৰ অসমীয়া ছবি। এইখন অসমীয়া ছবি নহয়। শ্ৰী ৰঘুপতি এখন ভাৰতবৰ্ষৰ সকলো ভাষাৰ লগত ফেৰ মাৰিব পৰা এখন ছবি। আইমি বৰুৱাৰ পৰিচালনাত দ্বিতীয় খন ছবিৰ ছুটিংৰ কাম আৰম্ভ হব। সমষ্টি পুনঃ নিৰ্ধাৰণ ওপৰত কোনো মন্তব্য নকৰিলে অভিনেত্ৰী

তীৰৰ বিৰুদ্ধে কঠোৰ নগাঁও আৰক্ষী…

তীৰৰ বিৰুদ্ধে কঠোৰ নগাঁও আৰক্ষী…

নগাঁও আৰক্ষীৰ জালত কুখ্যাত তীৰ মাফিয়া বাবুল আলী। নগাঁও SP নৱনীত মহন্তৰ নিৰ্দেশত চলিছিল অভিযান। বিগত সময়ছোৱাত আৰক্ষীৰে সু-সম্পৰ্ক আছিল বাবুল আলীৰ। নগাঁও আৰক্ষীৰ বহু বিষয়াৰে বাবুল আলীৰ আছিল সম্পৰ্ক। বাবুল আলীৰ লগতে আৰক্ষীয়ে আটক কৰিছে কৃষ্ণ দেৱনাথ নামৰ আন এটা বুকীক। লীনা দলে বদলি হোৱাৰ পিছৰে পৰা পলাতক হৈ

সমষ্টি পুনৰ্নিদ্ধাৰণ সন্দৰ্ভত নগাঁৱত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্য…

সমষ্টি পুনৰ্নিদ্ধাৰণ সন্দৰ্ভত নগাঁৱত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্য…

সমষ্টি পুনৰ্নিদ্ধাৰণ সন্দৰ্ভত নগাঁৱত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্য। নিৰ্বাচন আয়োগে স্বতন্ত্ৰভাৱে কাম কৰে। নিশ্চয় সকলো চায়েই এই খচৰা প্ৰস্তুত কৰিছে। সমষ্টি পুনৰ্নিদ্ধাৰণে খিলঞ্জীয়াৰ ক্ষতি নকৰে। কংগ্ৰেছে উচ্চতম ন্যায়ালয়লৈ যাব বিছাৰিছে যাওঁক। সাধাৰণ ৱাৰ্ড এটা সলনি হ’লেই প্ৰতিক্ৰিয়া হয়। সমষ্টি সলনি হলে নিশ্চয় প্ৰতিক্ৰিয়া হ’ব। জনবিন্যাস অনুসৰি সমষ্টি পুনৰ্নিদ্ধাৰণ