‘আদিপুৰুষ’ক লৈ ক্ষোভিত ‘ৰাম’ ! বহু চৰ্চিত বলিউড চিনেমা ‘আদিপুৰুষ’ক লৈ মুক্তিৰ পূৰ্বৰে পৰা সময়ে সময়ে বিতৰ্কৰ সৃষ্টি হৈ আহিছিল। তাৰ সমান্তৰাল কৈ এই চিনেমাখনক লৈ দৰ্শকৰ মাজত সৃষ্টি হৈছিল উৎসুকতা। যাৰ বাবে চিনেমাখনৰ প্ৰথম দৰ্শনীৰ অগ্ৰীম টিকট বিক্ৰী হোৱাৰ এক অভিলেখো সৃষ্টি হৈছিল। কিন্তু চিনেমাখনৰ প্ৰথমটো প্ৰদৰ্শনীৰ পাছৰে পৰা
দুৰ্ঘটনাৰ বাতৰি সংগ্ৰহ কৰি উভতি অহা সময়ত নিজে দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যুক সাবতিলে বিশ্বনাথৰ এজন ফটো সাংবাদিকে। শনিবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা। উল্লেখ্য যে বিশ্বনাথৰ যুৱক তথা এটা চেটেলাইত চেনেলৰ ফটো সাংবাদিক নিৰ্বান নয়ন হাজৰিকাই শনিবাৰে নিশা এটা বাতৰি সংগ্ৰহ কৰি নিজ গৃহ অভিমুখে গৈ থকা সময়তে এক পথ
কুম্ভ ৰাশি কুম্ভ ৰাশিত পোনপটীয়াকৈ শনি পশ্চাদগামী হোৱাৰ বাবে এই ৰাশিৰ লোকসকলৰ মানসিক চাপ বৃদ্ধি হ’ব পাৰে।এই ৰাশিৰ লোকসকলে খৰখেদাকৈ যিকোনো সিদ্ধান্ত লোৱাৰ আগতে বহুবাৰ চিন্তা কৰিব। কিয়নো যিকোনো সিদ্ধান্ত লোৱাৰ পিছত আপুনি অনুশোচনা কৰিব লগাও হ’ব পাৰে। ইয়াৰ বাহিৰেও, কুম্ভ ৰাশিৰ লোকসকলে বিবাহিত জীৱনত সমস্যা থাকিব।এই ৰাশিৰ লোকসকলে
– বিশ্বনাথ চাৰিআলিত ভয়ংকৰ দুৰ্ঘটনা– নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা বাইকৰ– দুৰ্ঘটনাত মৃত্যু এগৰাকী ফটো সাংবাদিকৰ– মৃত্যু ফটো সাংবাদিক নয়ন নিৰ্বাণ হাজৰিকা
– নিশা ক্ষেত্ৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। – থিতাতে নিহত ইৰফান আলী নামৰ বাইক চালক। – গুৱাহাটীৰ পৰা ডবকা অভিমুখী গৈ থকা ইৰফান আলীয়ে AS-01-PC-3857 নম্বৰৰ ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰে। – নিহত ইৰফান আলীৰ ঘৰ ডবকাৰ নমাতিত।