ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্রবন্ধক হিচাপে নিযুক্ত অসমৰ সুৰঞ্জনা দত্ত

ভাৰতীয় ষ্টেট বেংকৰ মুখ্য মহাপ্রবন্ধক হিচাপে নিযুক্ত অসমৰ সুৰঞ্জনা দত্ত

অসমৰ সুৰঞ্জনা দত্ত ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ নিযুক্ত হৈছে। প্ৰথমগৰাকী অসমীয়া মহিলা দত্তই এই পদত নিযুক্তি পাইছে। কটন কলেজৰ পৰা সুখ্যাতিৰে ডিগ্ৰী পাছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাত্তোকোত্তৰ ডিগ্ৰী লাভ কৰি বাইদেৱে ১৯৯১ চনত ষ্টেট বেংক অফ ইণ্ডিয়াৰ প্ৰবেচনাৰী অফিচাৰ হিচাপে যোগদান কৰে ।চাকৰি জীৱনত দেশৰ বিভিন্ন প্ৰান্তত

নিটট সু-খ্যাতিৰে উত্তীৰ্ণ ধলপুৰৰ ৰনোজ জ্যোতি বৰুৱা

নিটট সু-খ্যাতিৰে উত্তীৰ্ণ ধলপুৰৰ ৰনোজ জ্যোতি বৰুৱা

কালি ঘোষিত নিট পৰীক্ষাত লখিমপুৰ জিলাৰ ধলপুৰৰ মেধাবী ছাত্ৰ ৰনোজ জ্যোতি বৰুৱাই সাফল্য অৰ্জন কৰে ৷ ৰনোজ ধলপুৰ জামুগুৰিৰ নিবাসী তথা নামনি সোৱণশিৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ভৱকান্ত বৰুৱা আৰু ৰিতামণি হাজৰিকা বৰুৱাৰ কনিষ্ঠ পুত্ৰ ৷ উল্লেখযোগ্য যে ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰনোজে ৫৮৮ নম্বৰ লাভ কৰি ৰাজ্যখনৰ ভিতৰত

উৎকোচ লৈ দূৰ্নীতি নিবাৰক শাখাৰ জালত ভূৰাগাঁৱৰ লাট মণ্ডল জালালুদ্দিন।

উৎকোচ লৈ দূৰ্নীতি নিবাৰক শাখাৰ জালত ভূৰাগাঁৱৰ লাট মণ্ডল জালালুদ্দিন।

পুনৰ এজন খকুৱা লাট মণ্ডল পৰিল দূৰ্নীতি নিবাৰক শাখাৰ জালত । আজি উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহচক্ৰৰ লাট মণ্ডল। আজি দূৰ্নীতি নিবাৰক শাখাৰ জালত পৰা লাট মণ্ডলজনৰ নাম জালালুদ্দিন শেখ। আজি ৰাতিপুৱা মৰিগাঁও নগৰৰ ভাড়া ঘৰত লাট মণ্ডল জালালুদ্দিনে ২০ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তেই

BREAKING | ৫,০০০ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে নাজিৰা ৰাজহচক্ৰ কাৰ্য্যালয়ৰ লাটমণ্ডল দিগন্ত বৰুৱাই

BREAKING | ৫,০০০ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে নাজিৰা ৰাজহচক্ৰ কাৰ্য্যালয়ৰ লাটমণ্ডল দিগন্ত বৰুৱাই

এইবাৰ ৫,০০০ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে নাজিৰা ৰাজহচক্ৰ কাৰ্য্যালয়ৰ লাটমণ্ডল দিগন্ত বৰুৱাই।

সপ্তাহত মাত্ৰ দুদিন পঢ়িয়েই UPSC পৰীক্ষাত কিদৰে সফলতা লাভ কৰিলে এইগৰাকী যুৱতীয়ে? জানিলে আচৰিত হ’ব

সপ্তাহত মাত্ৰ দুদিন পঢ়িয়েই UPSC পৰীক্ষাত কিদৰে সফলতা লাভ কৰিলে এইগৰাকী যুৱতীয়ে? জানিলে আচৰিত হ’ব

অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হোৱাটো সহজ নহয়,এই পৰীক্ষা হৈছে দেশ আৰু বিশ্বৰ এটা আটাইতকৈ কঠিন পৰীক্ষাবোৰৰ ভিতৰত এটা।UPSCৰ বিষয়ে সকলোৰে এনে বহুতো ধাৰণা আছে, কিন্তু দেৱযানী সিঙে আকৌ এবাৰ প্ৰমাণ কৰিছে যে কঠোৰ পৰিশ্ৰম, প্ৰতিভা আৰু নিষ্ঠাৰ সহায়ত অসম্ভৱটো সম্ভৱ কৰিব পাৰি। তেওঁ সপ্তাহত মাত্ৰ দুদিন, শনিবাৰে আৰু দেওবাৰে পঢ়িয়েই