দিব্যাংগ মঞ্চ অসমৰ সভাপতি নৱজিত বৰ্মনৰ সদৌ অসম দিব্যাংগ উন্নয়ন সন্থাত যোগদান

দিব্যাংগ মঞ্চ অসমৰ সভাপতি নৱজিত বৰ্মনৰ সদৌ অসম দিব্যাংগ উন্নয়ন সন্থাত যোগদান

গুৱাহাটী: বুধবাৰে দুপৰীয়া ১ বজাত চিৰিয়াখানা সমীপৰ মমী ৰেষ্টুৰেণ্টত সদৌ অসম দিব্যাংগ উন্নয়ন সন্থাৰ উদ্যোগত এখন সভাৰ আয়োজন কৰা হয়। উক্ত সভাতে ‘দিব্যাংগ মঞ্চ’ৰ সভাপতি – নৱজিত বৰ্মন সৌজন্যত তেখেতৰ সংগঠনৰ বিভিন্ন জিলাৰ পৰা সদস্য-সদস্যাই ‘সদৌ অসম দিব্যাংগ উন্নয়ন সন্থা’ত যৌথ ভাৱে যোগদান কৰে। এই সন্দৰ্ভত নৱজিত বৰ্মনে কয় যে-

স্বামীয়ে পত্নীক চুৰিৰে ডিঙি ৰেপি হত্যাৰ চেষ্টা!

স্বামীয়ে পত্নীক চুৰিৰে ডিঙি ৰেপি হত্যাৰ চেষ্টা!

-লামডিঙত এক জঘন্য ঘটনা! – স্বামীয়ে পত্নীক চুৰিৰে ডিঙি ৰেপি হত্যাৰ চেষ্টা! -৭ মাহ পূর্বে বিবাহপাশত আবদ্ধ হৈছিল ৰানী কুমাৰী যাদৱ আৰু অনুৰাগ যাদৱ – সংকটজনক অৱস্থাত ৰাণী কুমাৰীক ৰে’লৱে চিকিৎসালয়ত ভৰ্তি

Fashion Trends That Will Take Over 2023

Fashion Trends That Will Take Over 2023

Ac arcu fusce non nullam hac enim gravida varius duis nibh sem Pellentesque condimentum nam eu bibendum etiam sollicitudin. Pellentesque sem dui et a vel. Tempor semper natoque habitasse fermentum per dignissim et sem maecenas vel. Vitae maecenas. Aliquam, vehicula habitant nam lobortis socllicitudin nisl vel parturient nec lorem Pharetra. Facilisi augue.

খাৰঘূলিৰ জলবিস্ফোৰণত নিহত পৰিয়ালৈ ৩ লাখ টকাৰ চেক।

খাৰঘূলিৰ জলবিস্ফোৰণত নিহত পৰিয়ালৈ ৩ লাখ টকাৰ চেক।

খাৰঘূলিৰ জলবিস্ফোৰণত নিহত পৰিয়ালক চৰকাৰে প্ৰদান কৰিলে আৰ্থিক সাহাস্য। মন্ত্ৰী অশোক সিংঘলে নিহতৰ পৰিয়ালৰ হাতত তুলি দিলে ৩ লাখ টকাৰ চেক। কামত গাফিলতি কৰা বিষয়া-কৰ্মচাৰীক সাৰি যাব নিদিয়াৰ হুংকাৰ মন্ত্ৰী অশোক সিংঘলৰ। শীঘ্ৰেই আৰম্ভ হ’ব হাইড্ৰ’টেষ্টিঙৰ কাম।

হাজোৰ সৌৰামুৰীত নৃশংস হত্যাকাণ্ড

হাজোৰ সৌৰামুৰীত নৃশংস হত্যাকাণ্ড

হাজোৰ সৌৰামুৰীত নৃশংস হত্যাকাণ্ড! মৃত মহিলা গৰাকীৰ নাম ভৱানী দাস। পাৰিবাৰিক কন্দলৰ ফলত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড। পুত্ৰ বোৱাৰী ঘৰত নথকাৰ সুযোগতে হত্যাকাণ্ড সংঘটিত কৰে স্বামী সমীন দাসে। সম্প্ৰতি কঞা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে হত্যাকাৰী স্বামী সমীন দাসক ।