মালিগাঁৱ: নির্মীয়মান উৰণীয়া সেঁতুৰ ওপৰৰ পৰা প্লেট খহি আহত শ্রমিক

মালিগাঁৱ: নির্মীয়মান উৰণীয়া সেঁতুৰ ওপৰৰ পৰা প্লেট খহি আহত শ্রমিক

এইবাৰ মালিগাঁৱৰ উৰণীয়া সেঁতুত পুনৰ অঘটন। মালিগাঁৱত নিৰ্মীয়মান অৱস্থাত থকা উৰণীয়া সেঁতুৰ ওপৰৰ পৰা তলৰ ব্যস্ত পথেৰে যোৱা পথাচাৰীৰ গাত পৰিল লোহাৰৰ প্লেট। কৰ্মৰত অৱস্থাত থকা ব্যক্তিৰ অসাৱধানতাৰ বাবেই সংঘটিত হয় এই ঘটনা। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও উক্ত স্থানত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ। ঘটনাৰ ফলত আঘাতপ্ৰাপ্ত

গুপ্তহত্যাৰ গোচৰত প্ৰফুল্ল কুমাৰ মহন্তক ক্লীনশ্বীট।

গুপ্তহত্যাৰ গোচৰত প্ৰফুল্ল কুমাৰ মহন্তক ক্লীনশ্বীট।

অগপ চৰকাৰৰ আমোলত ৯০ দশকত সংঘটিত গুপ্ত হত্যাৰ গোচৰত পুনৰ বাৰ ন্যায়ালয়ে ক্লীনশ্বীট দিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক৷ গুপ্ত হত্যাৰ গোচৰ পূৰ্বে গুৱাহাটী উচ্ছ ন্যায়ালয়ে অগপৰ প্ৰতিষ্ঠাপক মুৰব্বী প্ৰফুল্ল মহন্তক ক্লিনশ্বীট দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই সাংসদ অজিত ভূঞা আৰু লেখক অনন্ত কলিতাই দাখিল কৰা আবেদনক খাৰিজ কৰিছে উচ্ছ ন্যায়ালয়ে৷ উল্লেখ্য,

গুৱাহাটী: যান-জঁট ৰোধৰ বাবে ১০৯ খন ব্যক্তিগত  চিটী বাছৰ চলাচল বন্ধ

গুৱাহাটী: যান-জঁট ৰোধৰ বাবে ১০৯ খন ব্যক্তিগত চিটী বাছৰ চলাচল বন্ধ

গুৱাহাটীৰ ৰাজপথত যান-জঁট ৰোধৰ বাবে দৈনিক ১০৯ খনকৈ ব্যক্তিগত খণ্ডৰ চিটী বাছৰ চলাচল বন্ধ কৰিলে জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগে..

দলগাঁৱ: জোঁৱায়েকৰ হাতত প্ৰাণ গ’ল বৃদ্ধ শহুৰেকৰ

দলগাঁৱ: জোঁৱায়েকৰ হাতত প্ৰাণ গ’ল বৃদ্ধ শহুৰেকৰ

দলগাঁৱৰ শিলবৰীত সংঘটিত হৈছে ভয়ানক হত্যাকাণ্ড । জোঁৱায়েকৰ হাতত প্ৰাণ গ’ল বৃদ্ধ শহুৰেকৰ । চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা ৭০ বছৰীয়া হুছেইন আলীক। ১নং কছাৰী ভেটিটুপ গাঁৱত সংঘটিত এই ঘটনা। ঘটনা সংঘটিত কৰিয়েই পলায়ন জোঁৱায়েক দিলোৱাৰ হুছেইনৰ।