নগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ ৩ঘণ্টীয়া অৱস্থান ধৰ্মঘট,স্মাৰক পত্ৰ প্ৰদান

নগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ ৩ঘণ্টীয়া অৱস্থান ধৰ্মঘট,স্মাৰক পত্ৰ প্ৰদান

  নিউজ ব্যুৰ’,নগাঁও,৮জুন:–অসম অৰুণাচল সীমান্তৰ ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ অন্তৰ্গত জয়ৰামপুৰ পানবাৰীত যোৱা ৫ জুনত অৰুণাচলী বেদখলকাৰী দুৰ্বৃত্তই নিৰ্মমভাৱে গুলিচালনা কৰি বগা চুতীয়া আৰু মণিটো গগৈ নামৰ অসমীয়া লোক দুজনক হত্যা কৰে । অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আন কেইবাগৰাকী লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান সংকটজনক অৱস্থাত আছে । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ

নগাঁৱৰ ৰহাৰ যুৱকৰ বৰ্ণিহাটত জলপ্ৰপাতত ডুবি মৃত্যু

নগাঁৱৰ ৰহাৰ যুৱকৰ বৰ্ণিহাটত জলপ্ৰপাতত ডুবি মৃত্যু

  নিউজ ব্যুৰ’,নগাঁও,৮জুন:–নগাঁও জিলাৰ ৰহাৰ এজন যুৱকৰ বৃহস্পতিবাৰে মেঘালয়ৰ বৰ্ণিহাটৰ জলপ্ৰপাতত ডুবি যোৱাৰ ফলত মৃত্যু হয় । মৃত যুৱকজন হৈছে ৰোহন গগৈ । জানিব পৰা মতে মৃত যুৱকজনে সাতজন বন্ধুৰ সৈতে বনভোজৰ পৰিকল্পনা কৰিছিল যদিও সেইটোৱে এক ভয়াৱহ ৰূপ ল’লে। কোনোৱে পানীৰ পৰা টানি উলিয়াই অনাৰ আগতেই ৰোহনৰ পিছলি পৰি

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

    নিউজ ব্যুৰ’,নগাঁও,৭জুন:-ভাৰতীয় জনতা মজদুৰ সংঘৰ উদ্যোগত শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত কালি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কীৰ্তিমান ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি বৃক্ষৰোপণ কাৰ্যসুচী অনুষ্ঠিত কৰা হয় ৷ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰূপৰেখা ফুকনৰ সভাপতিত্ব অনুষ্ঠিত সম্বৰ্ধনা সভাত

নগাঁৱৰ শালনা চাহ বাগিচাত আটছাৰ দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

নগাঁৱৰ শালনা চাহ বাগিচাত আটছাৰ দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

    নিউজ ব্যুৰ’,নগাঁও,৬জুন:–অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশত নগাঁও জিলা সমিতিৰ লগতে শালনা উপ শাখা সমিতিৰ উদ্যোগত আজি শালনা চাহ বাগিচাত চাহ জনজাতি লোকসকলৰ বিভিন্ন সমস্যা বৰ্তমান চৰকাৰখনে সমাধান নকৰাৰ প্ৰতিবাদত আটছাৰ নেতৃত্বতৰ লগতে চাহ শ্ৰমিক সকলে দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসুচী ৰূপায়ণ কৰে ৷ চাহ শ্ৰমিকসকলৰ দৈনিক

নগাঁও ছোৱালী মহাবিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উদযাপন, গ্ৰীণ হিৰ’ বঁটা প্ৰদান

নগাঁও ছোৱালী মহাবিদ্যালয়ত বিশ্ব পৰিবেশ দিৱস উদযাপন, গ্ৰীণ হিৰ’ বঁটা প্ৰদান

  নিউজ ব্যুৰ’,নগাঁও,৬জুন:–নগাঁও ছোৱালী মহাবিদ্যালয়ৰ উদ্যোগত আৰু পান্হতৰু সংৰক্ষণী,অসমৰ সহযোগত বিশ্ব পৰিবেশ দিৱস মহাবিদ্যালয়ৰ চৌহদত উদযাপন কৰা হয় ৷ পুৱা ৯বজাৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীৰ আৰম্ভণিতে নগাঁৱৰ বিশিষ্ট শিল্পী তথা পান্হতৰুৰ সতীৰ্থ বিজয় ভূঞা আৰু নৃপেন শইকীয়াই পেলনীয়া প্লাষ্টিক যেনে– বটল, টেমা,ব্ৰাছ,কলম আদিৰে নিৰ্মাণ কৰা আটক ধুনীয়া শিল্পকৰ্ম (হাতী)টি ফিটা