Advertisement
কানিভূৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ

কানিভূৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ

চিৰাঙৰ কানিভূৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ। সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল বাপন বৰ্মন, গোলাপ চক্ৰৱৰ্তী। বৰ্তমানো ঘটনাস্থলীত উপস্থিত হোৱা নাই উদ্ধাৰকাৰী দল। ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্য।

সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে  বৰাক বন্ধ৷

সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে বৰাক বন্ধ৷

সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে আজি বৰাক বন্ধ৷ ১২ ঘণ্টীয়া বৰাক বন্ধৰ আহ্বান কংগ্ৰেছ, BDFৰ। পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ বন্ধৰ আহ্বান৷

Follow Us on Instagram

Watch Our Latest YouTube Videos

About
Editorial Policy
Fact Check Policy
Correction Policy
Privacy Policy
Contact Us