মাইগ্ৰেনৰ পৰা হাত সাৰিবলৈ এইখিনি কৰক

মাইগ্ৰেনৰ পৰা হাত সাৰিবলৈ এইখিনি কৰক

মাইগ্ৰেনত আক্ৰান্ত হ’লে স্বাভাৱিক কামকাজত ব্যাঘাত জন্মে৷ ডায়েবেটিছ বা অন্য কোনো ৰোগত আক্ৰান্তসকল মাইগ্ৰেনৰো সমস্যাত ভুগিলে কেতিয়াবা গুৰুতৰভাৱে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে৷ সেয়েহে মাইগ্ৰেনৰ পৰা হাত সাৰিবলৈ খাদ্যাভাস, শৰীৰ চৰ্চা আদিৰ বিষয়ত বিশেষ সতৰ্ক হোৱা উচিত৷ ⬛ খাদ্য তালিকাঃ মাইগ্ৰেনৰ যন্ত্ৰণাৰ পৰা মুক্তি পোৱাৰ বাবে দৈনন্দিনৰ খাদ্য তালিকাৰ বিষয়ত বিশেষ

সন্তানক কোন স্কুলত নামভৰ্তি কৰাব? এই দিশবোৰ চাই ল’বলৈ নাপাহৰিব

সন্তানক কোন স্কুলত নামভৰ্তি কৰাব? এই দিশবোৰ চাই ল’বলৈ নাপাহৰিব

বিখ্যাত বিজ্ঞানী এলবার্ট আইনষ্টাইনে এবাৰ কৈছিল, “স্কুলত পঢ়াশুনা কৰিলেই জ্ঞান অর্জন কৰা নাযায়, আজীৱন প্রচেষ্টাৰেহে সেয়া লাভ কৰিব পাৰি”। আচলতে আইনষ্টাইনে স্কুলত পঢ়াৰ বিৰোধিতা কৰি সেই কথা কোৱা নাছিল। পঢ়ুৱৈৰ জ্ঞানৰ ক্ষুধা বঢ়োৱা সন্দৰ্ভতহে সেই কথা কৈছিল। যি কি নহওঁক, ঘৰৰ পাছত স্কুলেই হ’ল সেইখন ঠাই য’ত সন্তানে সকলোতকৈ বেছি

ঔষধ নোখোৱাকৈয়ে এচিডিটিৰ পৰা সকাহ পোৱাৰ উপায়

ঔষধ নোখোৱাকৈয়ে এচিডিটিৰ পৰা সকাহ পোৱাৰ উপায়

আজিকালি প্ৰায়ভাগেই কম-বেছি পৰিমাণে এচিডিটিৰ সমস্যাত ভোগে৷ ফলত এই সমস্যাৰ পৰা সকাহ পাবলৈ মুঠিয়ে মুঠিয়ে দৰব খাবলগীয়া হয়৷ কেতিয়াবা কেতিয়াবা দৰৱ খায়ো এচিডিটিৰ পৰা পৰিত্ৰাণ পাব পৰা নাযায়৷ সেয়ে কিবা এটা খোৱাৰ আগতে দহবাৰ ভাবিবলগীয়া হয়৷ কিন্তু এচিডিটিৰ পৰা সকাহ পোৱাৰ ঘৰুৱা উপায়ো নথকা নহয়৷ উল্লেখ কৰা হ’ল এচিডিটিৰ পৰা

সন্তানটিয়ে প্ৰসাধনেৰে খেলি ভাল পায়, ক’ত নজৰ দিব

সন্তানটিয়ে প্ৰসাধনেৰে খেলি ভাল পায়, ক’ত নজৰ দিব

বহুতো মাকে কণমানি শিশুটিৰ মন ভুলাবলৈ নিজৰ গহনা, কিছুমান প্রসাধন সামগ্ৰী সিঁহতৰ হাতত তুলি দিয়ে। কণমানিবোৰেও এইবোৰ খুব পছন্দ কৰে। কিন্তু সমস্যা হয় তেতিয়াহে, যেতিয়া শিশুটি লাহে লাহে প্রসাধনৰ প্রতি আসক্ত হৈ উঠে। পাছত আকৌ মাক-দেউতাকেই সন্তানৰ তেনে অভ্যাস মানি ল’ব নোৱাৰা হয়, খং কৰে। তেনেক্ষেত্ৰত কি কৰা উচিত? ১)

অনলাইনত কাম কৰিলে চকু ভালে ৰখাৰ বাবে এইখিনি কৰক

অনলাইনত কাম কৰিলে চকু ভালে ৰখাৰ বাবে এইখিনি কৰক

চকুৰ দৃষ্টি শক্তি বিভিন্ন কাৰণত হ্ৰাস পাব পাৰে৷ সময়মতে চকুৰ যতন নল’লে কেতিয়াবা একেবাৰে দৃষ্টি শক্তি হেৰুৱাই পেলোৱাৰো আশংকা থাকে৷ বিভিন্ন ৰোগ যেনে চকুত ছানি পৰা, ডায়েবেটিছ, গ্ল’ক’মা আদিৰ বাবে চকুৰ দৃষ্টি শক্তি সাধাৰণতে হ্ৰাস পায়৷ আনহাতে বৰ্তমান সময়ত অনলাইনযোগে বিভিন্ন কাম কৰিব লগা হয়৷ দীৰ্ঘসময় ধৰি এইদৰে অনলাইনত ব্যস্ত