ওজন বৃদ্ধিৰ ভয়ত আলু নোখোৱাকৈ নাথাকিব

ওজন বৃদ্ধিৰ ভয়ত আলু নোখোৱাকৈ নাথাকিব

আলু খোৱাৰ বাবে দেহৰ ওজন বৃদ্ধি পায় বুলি প্ৰায়ভাগ লোকৰে ধাৰণা৷ কিন্তু প্ৰকৃততে এই ধাৰণা কিমান শুদ্ধ৷ বিশেষজ্ঞসকলৰ মতে আলু হৈছে এবিধ সুষম আৰু পুষ্টিকৰ খাদ্য৷ ভাতৰ দৰেই আলুতো থাকে ফাইবাৰ, খনিজ পদাৰ্থ, ভিটামিন আৰু প্ৰটিন৷ ভাতৰ তুলনাত আলুত শৰ্কৰাৰ পৰিমাণ কম থাকিলেও ইয়াত অন্যান্য উপাদান অধিক৷ দেহৰ বাবে প্ৰয়োজনীয়

ছালৰ ক’লা দাগ আঁতৰোৱাৰ সহজ পদ্ধতি

ছালৰ ক’লা দাগ আঁতৰোৱাৰ সহজ পদ্ধতি

আমাৰ সমাজত এনে কিছুমান লোক আছে, যিসকলে সৌন্দৰ্য চৰ্চাক অধিক গুৰুত্ব দিয়ে৷ তেওঁলোকৰ মতে শৰীৰ সুস্থ ৰখাৰ লগতে দেহৰ ছালৰো যতন লোৱা উচিত৷ মসৃণ ছালে মানুহৰ সৌন্দৰ্যও বৃদ্ধি কৰে৷ কিন্তু দৈনন্দিন কামৰ হেঁচাত বহুতৰ বাবে ছালৰ যতন লোৱাটো সম্ভৱ নহয়৷ তদুপৰি প্ৰদূষণ তথা ধূলি-বালিৰ বাবে বহুতৰে ছালৰ বিভিন্ন অংশত ক’লা

যমজ সন্তান কিয় হয় জানেনে….

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে। চিকিৎসা বিজ্ঞানৰ ভাষাত এটা শুক্ৰাণুৱে কেৱল এটা সন্তানহে জন্ম দিব পাৰে। ইয়াৰ পিছতো কেনেদেৰ যমজ সন্তানৰ জন্ম হয়। যমজ সন্তানৰ পিছত দুটা শুক্ৰাণু লাগে নেকি তেনেধৰণৰ বহুত প্ৰশ্ন মনত অৱতাৰণা হয়। কেনেদৰে জন্ম হয় যমজ সন্তানঃ যমজ সন্তান দুই ধৰণৰ সন্তান থাকে। এটা

বেছি বয়সত মাতৃ হ’লে, সন্তান ভাল মানুহ হয়ঃ সমীক্ষা

বেছি বয়সত মাতৃ হ’লে, সন্তান ভাল মানুহ হয়ঃ সমীক্ষা

বহু লোকে ভাৱে যে বয়সত মাতৃ হোৱাৰ ফলত বহুতো সমস্যা হ’ব পাৰে। বিশেষকৈ ৪০ পাৰ কৰিলেই একাধিক ৰোগে চাপ পেলাই বয়সত। ফলস্বৰূপে, শিশুটিক বেছি মনোযোগ দিব নোৱাৰি। কিন্তু, এইক্ষেত্রতো এটা ভাল দিশ আছে। অধ্যয়নত কোৱা হৈছে যে মাতৃসকলে তেওঁলোকৰ সন্তানক বেছি বয়সত ভালদৰে ডাঙৰ-দীঘল কৰে। ডেনমাৰ্কৰ আৰহাছ বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত

সন্তানক মিতব্যয়িতাৰ পাঠ শিকাইছেনে?

সন্তানক মিতব্যয়িতাৰ পাঠ শিকাইছেনে?

আমাৰ দিনত ইমানবোৰ সুবিধা পোৱা হ’লে আৰু ভাল কিবাকিবি পৰিব পাৰিলোঁহেঁতেন৷ এতিয়া তোমালোকক মাত্র সুবিধাহে লাগে৷ পঢ়াৰ কাৰণে প্রয়োজনীয়খিনিতো নিদিয়াকৈ থকা নাই আমি৷ কিন্তু প্রতিদিনেই বেলেগক দেখি ইটো সিটো বস্তু বিচাৰি থাকিলে কেনেকৈ হ’ব? আমিতো চেণ্ডেল নিপিন্ধাকৈয়ে এল পি স্কুলত পঢ়িছিলোঁ৷ হ’ব আৰু মা, কিমান আৰু একেখন ৰেকর্ডকে বজোৱা? তোমাৰ