▶ অৰুণাচলীৰ আক্ৰমণৰ বলি দুই অসমীয়া যুৱক▶ সংকটজনকভাৱে চিকিৎসালয়লৈ নিয়া যুৱকদ্বয় হৈছে পুষ্প গগৈ আৰু মণিতুৰ গগৈ▶ অৰুণাচলীয়ে হাতে হাতে লৈ আহিছিল মাৰাণাস্ত্ৰ▶ নাতিদূৰৈৰ পৰা অসমীয়া যুৱকক লক্ষ্য কৰি গুলীয়াইছিল অৰুণাচলীয়ে
নিউজ ব্যুৰ’,নগাঁও,৪জুন:–ঐতিহাসিক সমলেৰে সমৃদ্ধ নগাঁও জিলাৰ কামপুৰৰ বৰ্ণিল,বৰ্ণাঢ্য আৰু গৌৰৱোজ্জ্বল ইতিহাসক তুলি ধৰাৰ মানসেৰে কামপুৰ নিউজ নেটৱৰ্কৰ বেনাৰত নিৰ্মিত হ’ব লগা তথ্যচিত্ৰ “নতুন খোজ A New Step”ৰ চিত্ৰগ্ৰহণ ৰবিবাৰে কামপুৰৰ সমীপৱৰ্তী ঐতিহাসিক মাধৱ থানত আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হয়। মাংগলিক কাৰ্যসূচীৰে আৰম্ভণি কৰা অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে যুৱ সমাজকৰ্মী ৰাজীৱ হাজৰিকাই
বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ গুণ্ডাগিৰি মহাবিদ্যালয়খনৰ ছাত্ৰাৱাসৰ ৰান্ধনীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ প্ৰহাৰৰ ফলত দুয়োখন হাত ভাঙে ৰান্ধনীজনৰ ৰান্ধনীজনৰ নাম ৰাজেশ ৰাজভৰ। অভিযুক্ত অধ্যাপকগৰাকীৰ নাম ৰাজীৱ শৰ্মা সাধাৰণ কথাতে ৰান্ধনী গৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ সহকাৰী অধ্যাপক গৰাকীৰ বিৰুদ্ধে ৰাজীৱ শৰ্মা মহাবিদ্যালয়খনৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক নীতিবৰ্হিভূতভাৱে ছাত্ৰাৱাসত আছিল অধ্যাপকজন অধ্যাপকজনক
আজি নাজিৰা কমিউনিটি কেন্দ্ৰত আজি পৌৰ কৰ বৃদ্ধি সন্দৰ্ভত নাজিৰাত পুনৰ ৰাজহুৱা সভা অনুষ্ঠিত হয়। জেষ্ঠ নাগৰিক জীতেন ফুকনৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত নগৰখনৰ বহুসংখ্যক লোক উপস্থিত থাকে । সভাই নাজিৰা পৌৰসভাই নতুনকৈ নিৰ্দ্ধাৰিত কৰা পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে আহ্বান জনোৱাৰ লগতে নাগৰিক সকলৰ উমৈহতীয়া স্বাৰ্থত ’নাজিৰা নাগৰিক সমিতি’
ৰঙিয়া আৰু কাউৰবাহা আৰক্ষীৰ এক যুটীয়া অভিযানত আটক এজন ড্ৰাগছ সৰবৰাহকাৰী । সৰবৰাহকাৰী জনৰ লগত আৰক্ষীয়ে 13 গ্ৰাম হেৰ’ইন জব্দ কৰে । সৰবৰাহকাৰী জন হল তয়াবুৰ ৰহমান । তয়াবুৰৰ ঘৰ ৰঙিয়া চহৰৰ ৱাৰ্ড নম্বৰ 5ত । ৰঙিয়া আৰু তামুলপূৰৰ সীমা অঞ্চলৰ পৰা আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী জনক । ৰঙিয়াৰ