জন্মৰ পিছত যেনেকৈ মৃত্যু নিশ্চিত, একেদৰে বয়সৰ পৰিৱৰ্তনও নিশ্চিত। হিন্দু শাস্ত্ৰত যুগক চাৰি যুগত ভাগ কৰা হৈছে – সত্যুগ , ত্ৰেতাযুগ, দ্বাপৰযুগ আৰু কলিযুগ। এতিয়া কলি যুগ চলি আছে। আমাৰ শাস্ত্ৰত ইতিমধ্যে কলি যুগ ৰ বিষয়ে কোৱা হৈছে যে কলি যুগ ত কি হ’ব। আজিৰ পোষ্টটোত আমি শিৱপুৰণৰ মতে কলি
সহজে উপলব্ধ নিমপাতৰো আছে অসংখ্য ঔষধি গুণ৷ প্ৰাচীন কালৰে পৰা নিমপাতৰ পৰা বিভিন্ন ধৰণৰ ঔষধ প্ৰস্তুত কৰি অহা হৈছে৷ নিমপাতত থকা ঔষধি গুণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ বিশেষকৈ চৰ্মজনিত ৰোগত আক্ৰান্ত হ’লে নিমপাত ভাজি খোৱাৰ উপৰি নিমপাতৰ পানীৰে গা ধুলে সংক্ৰমণ হ্ৰাস পায়৷ [১] শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে
ভোজপুৰী অভিনেত্ৰী আকাংক্ষা ডুবেৰ মৃত্যু ৰহস্যই নতুন মোৰ লৈছে৷ উল্লেখ্য যে যোৱা ৪ মাৰ্চত বাৰাণসীৰ এখন হোটেলত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল আকাংক্ষাৰ মৃতদেহ৷ এই ঘটনাক কেন্দ্ৰ কৰি বিনোদন জগতত তীব্ৰ আলোড়নৰ সৃষ্টি হয়৷ ইপিনে অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত প্ৰেমিক সমৰ সিঙক আৰক্ষীয়ে উত্তৰপ্ৰদেশৰ গাজিয়াবাদৰ পৰা গ্ৰেপ্তাৰ কৰে৷
ধূলি-বালি বা অন্যান্য কাৰণত সাধাৰণতে মানুহ এলাৰ্জিজনিত সমস্যাত ভোগে৷ কেতিয়াবা কোনো বিশেষ খাদ্য বেছিকৈ খালেও এলাৰ্জি বাঢ়িব পাৰে৷ সেইবাবে এলাৰ্জিজনিত সমস্যা থাকিলে খাদ্য খোৱাৰ ক্ষেত্ৰতো সজাগ হ’ব লাগে৷ গাখীৰ – গাখীৰে শৰীৰত প্ৰয়োজনীয় পুষ্টিৰ যোগান ধৰে৷ ই স্বাস্থ্যৰ বাবে অতি উপকাৰী যদিও কেতিয়াবা গাখীৰৰ পৰা এলাৰ্জি হয়৷ বিশেষকৈ তিনি বছৰৰ
ব্যস্ত জীৱনশৈলীৰ বাবে আজিকালি মহিলাসকলে তেওঁলোকৰ ছালৰ প্ৰতি মনোযোগ দিব নোৱাৰে।তদুপৰি, ভুল খাদ্যাভ্যাসৰ বাবে মুখমণ্ডলৰ উজ্জ্বলতা হ্ৰাস হোৱাৰ লগতে বহু সৰু-ডাঙৰ দাগ, ছাল কোঁচ খোৱা আদি বহু সমস্যা দেখা দিবলৈ আৰম্ভ কৰে। মহিলাসকলে তেওঁলোকৰ এই সমস্যাসমূহৰ পৰা সকাহ পাবলৈ বহুতো সৌন্দৰ্য সামগ্ৰী ব্যৱহাৰ কৰে যদিও একো ফল লাভ নকৰে। যদি