সোমবাৰৰ পৰা গুৱাহাটীৰ বিদ্যালয়সমূহত পাঠদানৰ সময় সলনি

সোমবাৰৰ পৰা গুৱাহাটীৰ বিদ্যালয়সমূহত পাঠদানৰ সময় সলনি

🔴সোমবাৰৰ পৰা গুৱাহাটীৰ বিদ্যালয়সমূহত পাঠদানৰ সময় সলনি🔴সকলো বিদ্যালয়ত পুৱা ৭.৩০ বজাৰ পৰা পাঠদানৰ নিৰ্দেশ🔴প্ৰাথমিক বিদ্যালয়ত ১২ বজালৈ, মাধ্যমিক বিদ্যালয়ত ১২.৩০ বজালৈ হ’ব পাঠদান🔴হাইস্কুলসমূহত দিনৰ ১ বজালৈ পাঠদানৰ নিৰ্দেশ প্ৰশাসনৰ

জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰিল ট্ৰাক

জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰিল ট্ৰাক

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে সঘন বৃদ্ধি পাইছে দূৰ্ঘটনা । এক কথাত কবলৈ গলে মৃত্যু উপত্যকাত পৰিণত হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । উল্লেখযোগ্য যে পথ সম্প্ৰসাৰণৰ কাম অতি লেহেমীয়া হোৱা তথা বিজ্ঞানসন্মত নোহোৱাৰ বাবেই সঘন বৃদ্ধি পাইছে দূৰ্ঘটনা ।পথৰ দুৰৱস্থাৰ বাবে শুক্ৰবাৰে নিশা টীয়ক চাহ বাগিচাৰ সমীপত পথৰ

এছ এছ বিৰ উদ্যোগত আন্তঃ ৰাষ্ট্ৰীয় ‘মিলেট” দিৱস পালন

এছ এছ বিৰ উদ্যোগত আন্তঃ ৰাষ্ট্ৰীয় ‘মিলেট” দিৱস পালন

গোসাইগাঁও ২ জুনঃ আন্তঃ ৰাষ্ট্ৰীয় মিলেট দিৱসৰ লগত সংগতি ৰাখি আজি গোসাইগাঁৱত সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ ৩১ নম্বৰ বাহিনীৰ উদ্যোগত আন্তঃ ৰাষ্ট্ৰীয় ‘মিলেট’ দিৱস পালন কৰা হয় ৷ গোসাইগাঁও মহকুমাৰ তেলিপাৰাৰ মাটিয়াজুৰিস্থিত এছ এছ বিৰ মুখ্য ছাউনীত সংদীক্ষা পৰিয়ালৰ সহযোগত আয়োজিত অনুষ্ঠানত মিলেটৰ পৰা তৈৰি কৰা বিভিন্ন

অসম আন্দোলনৰ সক্ৰিয় কৰ্মী,শংকৰী কলা-কৃষ্টিৰ সাধক,সমাজকৰ্মী ক্ষীৰকান্ত শইকীয়াৰ স্মৃতিচাৰণ সভা সম্পন্ন

অসম আন্দোলনৰ সক্ৰিয় কৰ্মী,শংকৰী কলা-কৃষ্টিৰ সাধক,সমাজকৰ্মী ক্ষীৰকান্ত শইকীয়াৰ স্মৃতিচাৰণ সভা সম্পন্ন

  নিউজ ব্যুৰ’,নগাঁও,২জুন:–নগাঁও জিলাৰ বেবেজীয়া যুৰীয়া নামঘৰ সমীপৰ নিবাসী অসম আন্দোলনৰ সক্ৰিয় কৰ্মী,শংকৰী কলা-কৃষ্টিৰ সাধক,বিশিষ্ট সমাজকৰ্মী,ধৰ্মপ্ৰাণ ব্যক্তি ক্ষীৰকান্ত শইকীয়াৰ স্মৃতিচাৰণ সভাখনি শুকুৰবাৰে অনুষ্ঠিত হৈ যায় । শইকীয়াৰ মৃত্যুৰ মাহেকীয়া তিথি উপলক্ষে নিজা বাসভৱনত অনুষ্ঠিত সভাৰ আৰম্ভণিতে পুৱাৰ ভাগত সমাজৰ ভকত-বৈষ্ণৱসকলৰ উপস্থিতিত পুথি পাঠ কৰা হয় ৷ বিশিষ্ট শিক্ষাবিদ তথা বেবেজীয়া