নিউজ ব্যুৰ’,নগাঁও,২২জুন:–নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত খলিহামাৰীত বুধবাৰে নিশা গৰুচোৰৰ গাড়ীৰ প্ৰচণ্ড খুন্দাত এহাল দম্পত্তিৰ কৰুণ মৃত্যুৱে জোকাৰি গৈছে সমগ্ৰ অঞ্চল । নিৰ্মম ঘটনাত প্ৰাণ হেৰুওৱা দম্পত্তি হৈছে ৰহাৰ
নিউজ ব্যুৰ’,নগাঁও,২২জুন:–মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি নগাঁও জিলাৰ বটদ্ৰৱা থান হৈ ধিং বজাৰলৈ নিৰ্মাণ হৈ থকা নৱনিৰ্মিত পথৰ দাঁতিত গছ পুলি ৰোপনৰ কাৰ্যসূচী চলি আছে । এই গছ পুলি ৰোপণ কাৰ্যসূচী
বুধবাৰে ৰাতিপুৱা বহু ঠাইত বৰষুণৰ পিছত অসমত বান পৰিস্থিতি আৰু বেছি ভয়ংকৰ হৈ পৰিছে আৰু ৰাজ্যখনৰ নখন জিলাত ৩৪,০০০ ৰো অধিক লোক জলপ্লাৱনৰ সন্মুখীন হৈছে। ভূটান চৰকাৰ আৰু ভাৰতীয় বতৰ
এই সন্দৰ্ভত এনএমচিয়ে ই-মেইল যোগে পৃথকে প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰ আজি লাভ কৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই। বুধবাৰে সন্ধিয়া সংবাদ মাধ্যমৰ আগত এই কথা সদৰী
বহু লোক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰি দুই-তিনি ঘণ্টাজুৰি ট্ৰেফিক পুলিচৰ ভূমিকা ল’লে ই-ৰিক্সা চালক জয়ন্তই
শিলচৰৰ একমাত্ৰ অভাৰব্ৰীজখনেই হৈছে শতবৰ্ষ পুৰণি তাৰাপুৰৰ অভাৰব্ৰীজ। এই অভাৰব্ৰীজখনত আজি এটা প্ৰকাণ্ড ফাট মেলা পৰিলক্ষিত হয়। আজি পুৱা প্ৰায় দহ বজাত অভাৰব্ৰীজখনত ফাট মেলাৰ দৃশ্য প্ৰত্যক্ষ কৰে এজন ই-ৰিক্সাচালকে।