১০৩ নম্বৰ আমগুৰি বিধানসভা সমষ্টি অসমৰ ভিতৰতে এটা সম্ভ্রান্ত সমষ্টি। প্রাক্তন মুখ্যমন্ত্রী বিমলা প্ৰসাদ চলিহাৰ পৰা বিষ্ণুৰাম মেধি, খগেন বৰুৱাকে ধৰি প্ৰাক্তন পৰিবহণ মন্ত্ৰী অঞ্জন দত্ত আৰু প্ৰাক্তন মন্ত্ৰী তথা
টীয়কৰ প্ৰতিবেদক ২২ জুন/২৩ উন্নয়ন আৰু বিকাশ বিছাৰি হাবাথুৰি খাইছে টীয়কৰ এখন গাৱঁৰ ৰাইজে।গ্ৰামাঞ্চল সমূহত প্ৰকৃততে উন্নয়ন হৈছেনে?কেৱল শ্ল’গান আৰু হ’ৰডিংতে সীমাবদ্ধ নেকি উন্নয়ন। স্বাধীনতাৰ ৭৫ টা বছৰৰ পাছতো
বানে বিধস্ত কৰিছে সমগ্ৰ অসম | জলমগ্ন হৈ আছে ওদালগুৰিৰ বিভিন্ন প্ৰান্তৰ লগতে ৰজাগড়বাসী ৰাইজ। ঘৰ-দুৱাৰ, খেতি-বাতি, পশুধন সকলো এতিয়া পানীৰ তলত | ৰাইজৰ অভিযোগ নালাপাৰা -দেওচুঙা সংযোগী পথটোত এটাও
সংবাদমেলত ৰকিবুল হুছেনৰ ভাষ্য- কংগ্ৰেছে কৰা আবেদনৰ সন্দৰ্ভত নিৰ্বাচনী আয়োগে কোনো উত্তৰ নিদিলে সমষ্টি পুনৰ নিৰ্দ্ধাৰণ আমিও বিচাৰো কিন্তু এনেদৰে সমষ্টি পুনৰ নিৰ্দ্ধাৰণ কৰাটো আমি সমৰ্থন নকৰো ৷ নিৰ্বাচনী আয়োগ
আদিবাসী ছাত্ৰ সন্থাই সদৌ অসম ট্ৰাইবেল সংঘক পাবত গজা সংগঠন বুলি তাচ্ছিল্য কৰিছিল । তাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৃহস্পতিবাৰে সদৌ অসম ট্ৰাইবেল সংঘৰ নগাওঁ জিলা সভাপতি দেবেন বড়ো আৰু জিলা