নিউজ ব্যুৰ’,নগাঁও,২৬মে’:–কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত আৰু অসম কৃষি বাণিজ্য-গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প (এপাৰ্ট)ৰ সহযোগত কালি আধুনিক প্ৰযুক্তি সম্বলিত সঁজুলি “কম্বাইন হাৰ্ভেষ্টাৰ”(Combine harvester)ৰ দ্বাৰা বৰোধানৰ খেতি চপোৱা Grand Harvest কাৰ্যসূচী ৰূপায়ণ কৰা হয় । কৃষকক কম খৰচত,কম সময়ত, কৃষি শ্ৰমিকৰ অভাৱ দূৰ কৰি আধুনিক প্ৰযুক্তিসম্বলিত সঁজুলি “কম্বাইন হাৰ্ভেষ্টাৰ”ৰ দ্বাৰা ধান
গৰম চাহ বা কফিৰ কাপত চুমুক দি জিভা পোৰাৰ অভিজ্ঞতা কম বেছি পৰিমাণে প্ৰায়ভাগৰে আছে৷ হঠাত গৰম খাদ্য খাবলৈ গৈ জিভা পোৰাটো স্বাভাৱিক ঘটনা৷ এনেকুৱা হ’লে খাদ্য গ্ৰহণত অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে খোৱা বস্তুৰ সোৱাদো ঠিকমতে পোৱা নাযায়৷ মছলাযুক্ত বা জ্বলা খাদ্যই জিভা যন্ত্ৰণা অধিক কৰে৷ এনে অৱস্থাত কি কৰা
বিশেষজ্ঞৰ মতে প্ৰতিদিনে ৰাতিপুৱা নিৰ্দিষ্ট পৰিমাণৰ বাদাম খাব লাগে । অৱশ্যে অন্য বাদামতকৈ আলমণ্ড স্বাস্থ্যৰ কাৰণে বেছি উপকাৰী । যদিও সকলো প্ৰকাৰৰ বাদামেই স্বাস্থ্যৰ কাৰণে উপকাৰী , তথাপি আলমণ্ডৰ উচ্চমাত্ৰাত প্ৰোটিন থকাৰ লগতে একাধিক প্ৰয়োজনীয় পোষক পদাৰ্থ আছে । এজন পূৰ্ণবয়স্ক লোকৰ পৰা সকলো বয়সৰ লোকে একেই পৰিমাণৰ আলমণ্ড খাব
ৰাতিপুৱা হওঁক বা গধূলি হওঁক একাপ চাহে আমাক যেন সজীৱ কৰি তোলে । বিশেষকৈ পুৱাৰ এই চাহকাপত সোমাই থাকে দিনটোৰ কৰ্মব্যস্ত জীৱনৰ অন্য এক মাদকতা । বৰ্তমান এই চাহৰ স্থান যেন কফিয়ে দখল কৰিছে । এইখিনিতে প্ৰশ্ন উঠে যে , চাহ আৰু কফিৰ মাজত পাৰ্থক্য কি আৰু কোনোটো শৰীৰৰ কাৰণে
শোৱাৰ পৰা উঠি এগিলাচ গৰম পানী খাই দিনটো আৰম্ভ কৰে অনেকে । নিশা শোৱাৰ সময়ত সাত-আঠ ঘণ্টা পানী নোখোৱাৰ পাছত এই অভ্যাসে যে কেৱল তৃষ্ণা পূৰণ কৰে তেনে নহয় । ওজন কমোৱাত, খাদ্য হজম কৰাত, আনকি বৃক্কৰ কার্যকাৰিতা ৰক্ষা কৰাতো সহায় কৰে । বিশেষজ্ঞসকলৰ মতে, পুৱা খালি পেটত গৰম পানী